Jawan controversy I ‘জাৱান’ত অভিনেত্ৰী নয়নতৰাৰ চৰিত্ৰই কিয় গুৰুত্ব নাপালে, শ্বাহৰুখ খানক প্ৰশ্ন
নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অভিনেত্ৰী নয়নতৰাই (Nayanthara) দক্ষিণৰ মনোৰঞ্জন জগতৰ অন্যতম আগশাৰীৰ তাৰকা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ...







