POCSO Act I পক্সো আইনৰ অপব্যৱহাৰৰ জনস্বাৰ্থ জড়িত গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ
কিশোৰ-কিশোৰীসকলৰ মাজত বৈবাহিক বিবাদ বা সন্মতিসূচক যৌন সম্পৰ্কৰ ক্ষেত্ৰত শিশু সুৰক্ষা আইনৰ (POCSO) অপব্যৱহাৰ কৰা হৈছে। মঙলবাৰে জনস্বাৰ্থ জড়িত গোচৰৰ ...







