Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য
ৰাম মন্দিৰত (Ram Mandir) দানৰ ধন চুৰি কৰি গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত বিভিন্ন পেছাৰ লোকো আছে। কোনোবা স্কুলৰ শিক্ষক, কোনোবা গাড়ী ...







