Lightning suspected of killing Elephants I চন্দ্ৰপুৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ,বিদ্যুৎ পিষ্ট হৈ মৃত্যুৰ সন্দেহ
গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী চন্দ্ৰপুৰৰ (Chandrapur) ডিগাৰুমুখত আজি প্ৰকাণ্ড বন্যহস্তী এটাৰ মৃতদেহ উদ্ধাৰ হৈছে।হাতীটো বিদ্যুৎ পিষ্ট হৈ মৃত্যু (Lightning suspected of ...







