ফুলনিত নৱ নিৰ্মিত হস্ত-তাত বস্ত্ৰ-শিল্প কাৰ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ CEM ড০ তুলিৰাম ৰংহাঙে
কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদিয় সমষ্টিৰ অন্তৰ্গত ফুলনিত শনিবাৰে দিনৰ ১২ বজাত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ SOPD আঁচনিৰ পুঁজিৰ জৰিয়তে ...







