Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন
অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, ঐশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ (Zubeen Garg) কায়িক অনুপস্থিতিত ভগ্ন হৃদয়েৰেই ৰাজ্যবাসীয়ে আজি উদযাপন কৰে জন্মদিন। ...







