Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে
হায়দৰাবাদত যুৱ কংগ্ৰেছ কৰ্মীয়ে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ নিয়ন্ত্ৰক মেটাৰ কাৰ্যালয় ভাঙি (Meta office attack) লণ্ডভণ্ড কৰে। শুকুৰবাৰে কংগ্ৰেছৰ যুৱ শাখাৰ ...







