‘তেওঁলোকৰ কোনো বিশ্বাসযোগ্যতা নাই’ I ইৰাণ যুদ্ধৰ পাক ‘মধ্যস্থতা’ক লৈ প্ৰশ্ন কৰিলে ইজৰাইলে
লেবাননত ইজৰাইলী আক্ৰমণে যুদ্ধবিৰতিত অচলাৱস্থাৰ সৃষ্টি কৰিছে। যুদ্ধৰ জুই মধ্যপ্ৰাচ্যলৈ বিয়পি পৰিছে। ইফালে, ইজৰাইলে মধ্যস্থতাকাৰী হিচাপে পাকিস্তানৰ ভূমিকাক লৈ প্ৰশ্ন ...







