Iran war I ইৰাকত দুৰ্ঘটনাগ্ৰস্ত আমেৰিকান বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ইৰাণৰ সমৰ্থকে গুলীয়াই ভূপতিত কৰাৰ দাবী
ইৰাকত দুৰ্ঘটনাগ্ৰস্ত মাৰ্কিন (Iran War) বায়ুসেনাৰ বিমান কেচি-১৩৫ টেংকাৰ। যুদ্ধবিমানত মাজ আকাশত ইন্ধন ভৰোৱাৰ কামত ব্যৱহৃত এই বিমানখন বৃহস্পতিবাৰে পশ্চিম ...







