আমেৰিকাৰ সৈতে নহয়, ডেনমাৰ্কৰ অংশ হৈ থাকিব বিচাৰে, ট্ৰাম্পৰ চিন্তাধাৰাত পানী ঢালি দিছে গ্ৰীণলেণ্ডে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ (Donald Trump) নিৰন্তৰ হেঁচাত গ্ৰীণলেণ্ডে স্পষ্ট কৰি দিছে যে দেশখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে থাকিব নিবিচাৰে। ...







