Flood in US I আমেৰিকাৰ টেক্সাছত ভয়ানক বানত কমেও ২৪ জনৰ মৃত্যু, ‘গ্ৰীষ্মকালীন শিবিৰ’লৈ গৈ নিৰুদ্দেশ ২৩ গৰাকী ছাত্ৰী
ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈছে আমেৰিকাৰ টেক্সাছ (America Flood) । আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশত গুৱাডালুপ নদীৰ বানে বহু লোকক ...







