ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পুত্ৰ সন্তান বিচাৰি দিনৰ পিছত দিন ছাত্ৰীক ধৰ্ষণ! পত্নীয়েও দিছিল সঙ্গ

নিউজ ডেস্কঃ

News Desk by News Desk
April 26, 2023
Reading Time: 1 min read
A A
0
পুত্ৰ সন্তান বিচাৰি দিনৰ পিছত দিন ছাত্ৰীক ধৰ্ষণ! পত্নীয়েও দিছিল সঙ্গ

RELATED POSTS

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

দিনৰ পিছত দিন ধৰি এগৰাকী ছাত্ৰীক ধৰ্ষণ (Rape of student) কৰাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী অধ্যাপকৰ (Professor) বিৰুদ্ধে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰৰ (Maharashtra) বাবাছাহেব আম্বেদকাৰ মাৰাথৱাড়া বিশ্ববিদ্যালয়ৰ (Babasaheb Ambedkar Marathwada University) সেই অধ্যাপকজনক। লগতে পত্নীকো সোধা-পোছা কৰা হৈছে।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ হৈ অধ্যাপকগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, অভিযুক্তই এবছৰতকৈও অধিক সময় ধৰি ছাত্ৰীগৰাকীৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। এই অপৰাধত অধ্যাপকগৰাকীৰ পত্নীয়েও তেওঁৰ লগত সংগ দিছিল। দম্পতীহালে এটা পুত্ৰ সন্তান বিচাৰে। তাৰ বাবেই ছোৱালীজনীক বাৰে বাৰে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। অভিযুক্তই কিশোৰীগৰাকীৰ পৰিয়ালকো হাৰাশাস্তি কৰে।

RAPE1 | ASSAM TIMES POST

আৰক্ষীয়ে দম্পতীহালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ১০৯, ৫০৪ আৰু ১১৪ ধাৰাত গোচৰ ৰুজু কৰিছে। অভিযুক্ত বাবাছাহেব আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ নাট্য শিক্ষক বুলি জানিবলৈ দিয়ে। ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেওঁ অনলাইনযোগে বিশ্ববিদ্যালয়ৰ ক্লাছ লৈছিল। তাৰ পৰাই তেওঁ ভুক্তভোগী ছাত্ৰীগৰাকীৰ সংস্পৰ্শলৈ আহে। অভিযোগ অনুসৰি, তেওঁ ছাত্ৰীগৰাকীক নিজৰ ঘৰত পৰিয়ালৰ সৈতে থাকিবলৈ পতিয়ন নিয়াইছিল।

অভিযোগত ছাত্ৰীগৰাকীয়ে কয় যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তেওঁ অধ্যাপকগৰাকীৰ ঘৰত বাস কৰিছিল। সেই সময়ছোৱাত তেওঁক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল। এই ঘটনাৰ কথা ছাত্ৰীগৰাকীয়ে অধ্যাপকগৰাকীৰ পত্নীক জনায়। কিন্তু অভিযোগ অনুসৰি পত্নীয়ে প্ৰতিবাদ নকৰিলে। বৰঞ্চ তেওঁ ছাত্ৰীগৰাকীক কʼলে যে তেওঁলোকে তেওঁৰ পৰা এজন পুত্ৰ সন্তান বিচাৰে।

অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীয়ে ঘৰলৈ উভতি যায় যদিও ফোন কৰি হাৰাশাস্তি কৰে। অধ্যাপকগৰাকীৰ ঘৰৰ পৰা তেওঁৰ পৰিয়াললৈ বিভিন্ন ভাবুকিও আহে। ছাত্ৰীগৰাকীয়ে প্ৰথমে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সমগ্ৰ বিষয়টো অৱগত কৰে। তাৰ পিছত তেওঁৰ পৰিয়াল আৰক্ষীৰ কাষ চাপে। অৱশেষত অধ্যাপকজনক গ্ৰেপ্তাৰ কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Babasaheb Ambedkar Marathwada UniversityMaharashtraRapeধৰ্ষণবাবাছাহেব আম্বেদকাৰ মাৰাথৱাড়া বিশ্ববিদ্যালয়
Share4Tweet3Send

Related Posts

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

by News Desk
October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

by News Desk
October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
52

50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
81
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d