ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Mahila Samman Saving Certificate I ১ লাখ ডাকঘৰত আৰম্ভ ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ প্ৰকল্প! কোনে জমা কৰিব পাৰিব?

নিউজ ডেস্কঃ

News Desk by News Desk
April 4, 2023
Reading Time: 1 min read
A A
0
Mahila Samman Saving Certificate I ১ লাখ ডাকঘৰত আৰম্ভ ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ প্ৰকল্প! কোনে জমা কৰিব পাৰিব?

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত বাজেট ভাষণত এই কথা ঘোষণা কৰে। এই ঘোষণাৰ পিছতে নতুন বিত্তীয় বৰ্ষৰ পৰা মহিলাসকলৰ বাবে এক বিশেষ জমা আঁচনি আৰম্ভ কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ (Mahila Samman Saving Certificate) আঁচনি মুকলি কৰাৰ সন্দৰ্ভত গেজেট অধিসূচনা জাৰি কৰাৰ পিছতে মহিলাসকলৰ বাবে হ্ৰস্বম্যাদী জমা ধনৰ কেন্দ্ৰীয় কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰকল্পৰ জৰিয়তে দেশৰ ১ লাখৰো অধিক ডাকঘৰত (More than 1 lakh post offices) ধন বিনিয়োগ সেৱা আৰম্ভ কৰা হৈছে বুলি জনোৱা হৈছে।

'মহিলা সন্মান সঞ্চয়
১ লাখ ডাকঘৰত আৰম্ভ ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ প্ৰকল্প:

বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি, ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ আঁচনিত জমা কৰা মহিলাসকলে জমা ধনৰ ওপৰত ২ বছৰৰ (2years) বাবে ৭.৫ শতাংশ সুত (7.5% interest) লাভ কৰিব। এই আঁচনিখনত কেৱল মহিলাসকলেহে একাউণ্ট খুলিব পাৰিব। অৱশ্যে নাবালিকা কন্যাৰ নামত অভিভাৱকেও এই একাউণ্টটো খুলিব পাৰে। সৰ্বাধিক ২ লাখ টকা (2 lakhs) বিনিয়োগ কৰিব পাৰিব। লগতে ম্যাদ উকলি যোৱাৰ আগতে আংশিক জমা ধন উলিয়াব পাৰিব। ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ আঁচনিৰ অধীনত এগৰাকী মহিলা বা নাবালিকা কন্যাৰ নামত ২০২৫ চনৰ ৩১ মাৰ্চলৈকে একাউণ্ট খুলিব পাৰিব।

চৰকাৰী সূত্ৰ অনুসৰি, ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ৰ আঁচনিখনে ডাকঘৰত সৰু সৰু সঞ্চয় ধন জমা কৰা মহিলা গ্ৰাহকক উপকৃত কৰিব। এই প্ৰকল্পই ডাকঘৰৰ জৰিয়তে অধিক বিনিয়োগ আকৰ্ষণ কৰিব। নৰেন্দ্ৰ মোডী চৰকাৰৰ ঘোষণা, এই পদক্ষেপৰ লক্ষ্য হৈছে মহিলাসকলৰ আৰ্থিক সবলীকৰণ। কিন্তু ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ আঁচনিৰ বিনিয়োগৰ সময়সীমা আগন্তুক ২ বছৰলৈহে সীমিত কৰাৰ বাবেই প্ৰশ্নৰ উত্থাপিত হৈছে। বিৰোধীৰ এটা অংশই অভিযোগ কৰে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনক এই প্ৰকল্পটো “লক্ষ্য” হিচাপে লৈ আৰম্ভ কৰা হৈছে।

Tags: Mahila Samman Saving Certificatepostofficeডাকঘৰমহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx