ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

How to link your PAN with your Aadhaar ? কেনেদৰে কৰিব স্মাৰ্টফোনৰ পৰা PAN-Aadhaar ৰ দ্ৰুত সংযুক্তিকৰণ?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 29, 2023
Reading Time: 1 min read
A A
0
How to link your PAN with your Aadhaar ?  কেনেদৰে কৰিব স্মাৰ্টফোনৰ পৰা PAN-Aadhaar ৰ দ্ৰুত সংযুক্তিকৰণ?

RELATED POSTS

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

আয়কৰ বিভাগে (Income Tax Department) আধাৰ কাৰ্ডক (Adhar Card) পেন কাৰ্ডৰ (Pan card) সৈতে লিংক কৰাৰ নিৰ্দেশ দিছে। ভাৰতীয় নাগৰিকৰ সুবিধাৰ্থে এই দুখন পৰিচয়-পত্ৰ সংযোগৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি, পেন আৰু আধাৰ সংযোগৰ অন্তিম তাৰিখ আছিল ৩১ মাৰ্চ। বৰ্তমান এই সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, কম্পিউটাৰ (Computer) আৰু টেবলেটৰ (Tablet) লগতে স্মাৰ্টফোনৰ (Smartphone) পৰাও পেন আৰু আধাৰ কাৰ্ডৰ দ্ৰুত সংযুক্তিকৰণ কৰিব পাৰিব।

Pan-Adhar Card
How to link your PAN with your Aadhaar from smartphone?

অৱশ্যে বিনামূলীয়া নহয়। ফোনৰ পৰা সংযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনলাইনযোগে ১০০০ টকা দিব লাগিব। কিন্তু সময়মতে পৰিচয়-পত্ৰ দুখন সংলগ্ন নকৰিলে ৩০ জুনৰ পাছত পেন কাৰ্ড বাতিল হʼব পাৰে।

স্মাৰ্টফোনৰ পৰা সংযোগ কৰিবলৈ হʼলে আপোনাৰ ফোনত ইণ্টাৰনেট সংযোগ থকাটো বাধ্যতামূলক। ইয়াৰ পিছত ইনকাম টেক্স ই-ফাইলিং পৰ্টেলত পেন নম্বৰৰ সৈতে নিজা একাউণ্ট তৈয়াৰ কৰক। যদি আপোনাৰ ইতিমধ্যে পৰ্টেলত এটা একাউণ্ট আছে, আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাচৱৰ্ডৰ সৈতে সেই একাউণ্টত লগ-ইন কৰক।

একাউণ্টত প্ৰৱেশ কৰাৰ পিছত স্মাৰ্টফোনৰ পৰ্দাত এটা বাৰ্তা ওলাব। ইয়াত লিখা থাকিব, ‘পেন আৰু আধাৰ লিংক কৰক।’ যদি এই লিখনী আপোনাৰ মোবাইলৰ স্ক্ৰীণত দেখা নাযায়, তেন্তে আন উপায়ো আছে। ‘Profile Settings’ লৈ গৈ ‘Link Aadhaar’ অপচনত ক্লিক কৰক। ইয়াৰ পিছত আধাৰ কাৰ্ড অনলাইনত ১০০০ টকা দি পেনৰ সৈতে লিংক কৰিব পাৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PAN
Share4Tweet3Send

Related Posts

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

by News Desk
September 9, 2026
50
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

by News Desk
September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

by News Desk
September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

ADVERTISEMENT
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
50
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

September 9, 2026
50
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

September 9, 2026
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d