ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HSLC Paper Leak : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২জনক আটক

নিউজ ডেস্কঃ

News Desk by News Desk
March 14, 2023
Reading Time: 1 min read
A A
0
HSLC Paper Leak : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২জনক আটক

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

ছেবা (SEBA)ৰ মেট্ৰিক পৰীক্ষা (Matriculation Examination)ৰ প্ৰশ্নকাকত ফাদিল (Papers Leak)ৰ ঘটনাৰ প্ৰতিবাদৰ জুইত দহিছে এতিয়া সমগ্ৰ ৰাজ্য। গণিত বিষয়ৰ প্ৰশ্নকাকতৰ পিছত সোমবাৰে ফাদিল হয় সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। যাৰ বাবে স্থগিত ৰাখিবলগা হয় পৰীক্ষা। তাৰ পিছতে সমগ্ৰ অসমজুৰি প্ৰতিবাদৰ জোৱাৰ উঠে। অসম চৰকাৰ, শিক্ষা বিভাগ, শিক্ষা মন্ত্ৰী তথা ছেবাৰ বিৰুদ্ধে গৰজি উঠে ৰাজ্যৰ বিভিন্ন দল-সংগঠন।

tweet1 | ASSAM TIMES POST

মঙলবাৰেও ৰাজ্যজুৰি অব্যাহত আছে এই প্ৰতিবাদ। তাৰ মাজতে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে প্ৰকাশ কৰিছে প্ৰশ্নকাকত ফাদিলৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জন লোকক আটক কৰাৰ কথা। গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আটক কৰা হৈছে এই ২২ জন অভিযুক্ত (22 accused)ক।

উল্লেখ্য, সোমবাৰে নিশা গুৱাহাটীৰ ভাউৰী দেৱী চেৰাওগী মূকবধিৰ বিদ্যালয়ৰ দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে এজন কৰ্মচাৰীক আটক কৰি সোধা-পোছা কৰাৰ অন্তত চি আই ডি (CID)য়ে গ্ৰেপ্তাৰ কৰে। আনহাতে, ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমী (Saltbrook Academy, Dibrugarh)ৰ ৭ জন ছাত্ৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে।

Tags: CIDHSLC Paper LeakSEBAচিআইডিছেবাপ্ৰশ্নকাকত ফাদিল
Share4Tweet3Send

Related Posts

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
ADVERTISEMENT
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

April 28, 2026
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx