ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

World Test championship I বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

নিউজ ডেস্কঃ

News Desk by News Desk
March 13, 2023
Reading Time: 1 min read
A A
0
World Test championship I বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ (New Zealand and Sri Lanka) মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট (1st Test Match) তীব্ৰ উত্তেজনাত সমাপ্ত হয়। বৰষুণৰ ফলত বাধাগ্ৰস্ত পঞ্চম দিনৰ (5th Day) শেষ বলত জয়লাভ কৰে নিউজিলেণ্ডে (New Zealand won the last ball)। প্ৰথমখন টেষ্টত শ্ৰীলংকাক ২ উইকেটত পৰাস্ত কৰি বিগত টেষ্ট চেম্পিয়ন দলটোৱে ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (India seal World Test championship  Final) ফাইনেললৈ প্ৰেৰণ কৰে।

World Test Championship
India seal World Test Championship final spot:

টেষ্ট ক্ৰিকেটৰ এনে নাটকীয় আৰু ৰোমাঞ্চকৰ সমাপ্তি বিৰল। প্ৰথমখন টেষ্টৰ অন্তিম অৰ্ধত নিউজিলেণ্ড-শ্ৰীলংকাৰ উত্তেজনাই আকৌ এবাৰ দেখুৱাই দিলে যে ৰেড বল ক্ৰিকেট কিমান ৰুদ্ধশ্বাস হʼব পাৰে। আয়োজক দলটোক জয়ৰ বাবে ৭০ অ’ভাৰত ২৮৫ ৰাণৰ প্ৰয়োজন হৈছিল। ৬৭ অ’ভাৰৰ শেষত নিউজিলেণ্ডৰ খেলুৱৈসকল অনুকূল অৱস্থাত আছিল। সেই সময়ত নিউজিলেণ্ডক বিজয়ী হʼবলৈ ২০ ৰাণৰ প্ৰয়োজন আছিল।

আনহাতে, শ্ৰীলংকাক ৫ উইকেটৰ প্ৰয়োজন আছিল। ৬৮ অ’ভাৰৰ দ্বিতীয় বলত আচিটা ফাৰ্নাণ্ডোই আউট কৰে মিচেল ব্ৰেচৱেলক। উইকেটৰ আনটো মূৰত আছিল কেন উইলিয়ামছন। তেওঁ হৈছে নিউজিলেণ্ডৰ ডাঙৰ আশা আৰু শ্ৰীলংকাৰ চিন্তাৰ কাৰণ। কাৰণ ২২ গজত সেই সময়ত দলটোৰ তেঁৱেই একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত বেটছমেন। ব্ৰেছৱেলে ১০ ৰাণত আউট হোৱাত নিউজিলেণ্ডৰ ৰাণৰ গতি কমি আহে। ৬৮ নং অ’ভাৰত ৫ ৰাণ।

৬৯ নং অ’ভাৰৰ আৰম্ভণিতে কিৱি দলটোক ২ অ’ভাৰত ১৫ ৰানৰ প্ৰয়োজন হৈছিল। শ্ৰীলংকাক প্ৰয়োজন ৪ উইকেটৰ। উক্ত অ’ভাৰত দছুন শনাকাৰ দলটোৱে পুনৰ বিপক্ষৰ শিবিৰত আঘাত কৰে। লাহীৰু কুমাৰাৰ প্ৰথম দুটা বলত নিউজিলেণ্ডে ৩ ৰাণ সংগ্ৰহ কৰে যদিও তৃতীয় বলত টিম চাউডি আউট হয়। কিৱি বাহিনীৰ ওপৰত অধিক চাপ পৰে। জয়ী হʼবলৈ ৯ বলত ১২ ৰানৰ প্ৰয়োজন। টেষ্ট ক্ৰিকেটত বগা বল ক্ৰিকেটৰ উত্তেজনা। ৬৯ নং অ’ভাৰৰ বাকী তিনিটা বলত উইলিয়ামছনে নতুন অংশীদাৰ মেট হেনৰীৰ সৈতে অংশীদাৰিত্বৰে ৪ ৰান সংগ্ৰহ কৰে।

৭০ৰ আৰম্ভণিতে অৰ্থাৎ টেষ্টখনৰ অন্তিম অ’ভাৰত নিউজিলেণ্ডক ৮ ৰানৰ প্ৰয়োজন হৈছিল। শ্ৰীলংকাৰ প্ৰয়োজন ৩টা উইকেট। ফাৰ্নাণ্ডোৰ প্ৰথম দুটা বলত উইলিয়ামছনে ২ ৰান সংগ্ৰহ কৰে। তেতিয়াও খেলখন কিছু পৰিমাণে আয়োজক দলৰ ফালে আছিল। কিন্তু আলহী দলটোৱে হাৰ মানিব খোজা নাছিল। হেনৰীয়ে দ্ৰুত ৰান লোৱাৰ সময়তে শেষৰ অ’ভাৰৰ তৃতীয় বলত ৰান আউট হয়। ফলত আয়োজক দেশৰ ওপৰত স্নায়ুৰ চাপ আৰু অধিক বৃদ্ধি পায়।

তেতিয়াও ৩ বলত ৫ ৰানৰ প্ৰয়োজন। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে হয়তো যি কৰিব লাগিছিল সেইটো কৰিবলৈ সিদ্ধান্ত লৈছিল। উইলিয়ামছনে পৰৱৰ্তী বলত বাউণ্ডেৰী মাৰি চাপ লাঘৱ কৰে। দুয়োটা দলৰ ৰান সমান। পৰাজয়ৰ কোনো সম্ভাৱনা নাই। জয়ী হʼবলৈ ২টা বলত ১ ৰানৰ প্ৰয়োজন। ৭০ নং অ’ভাৰৰ পঞ্চম বলত উইলিয়ামছনে এটাও ৰান লাভ কৰিব নোৱাৰিলে।

ফাৰ্নাণ্ডোৱে বাউন্সাৰৰ জৰিয়তে শ্ৰীলংকাৰ আশা জীয়াই ৰাখিলে। আম্পায়াৰসকলে ইচ্ছা কৰিলে ৱাইড দিব পাৰিলেহেঁতেন। কিন্তু সেয়া নোহোৱাত উইলিয়ামছনক অন্তিম বলত জয়ী হʼবলৈ ১ ৰানৰ প্ৰয়োজন হৈছিল। আন এটা ডট বলৰ অৰ্থ হʼল মেচ টাই।

ক্ৰাইষ্ট চাৰ্চৰ গেলেৰীত তেতিয়া বেজী এটা পৰিলেও শুনা পৰিৱেশ। এক ৰাণ সংগ্ৰহ কৰি ৰোহিত শৰ্মা বাহিনী (Rohit Sharma Team)ক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ (Reaching the final)ৰ সুবিধা দিয়ে।

Tags: 1st Test Matchnz vs slনিউজিলেণ্ড বনাম শ্ৰীলংকা
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx