ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Love I প্ৰেমত মগ্ন শহুৰ-বোৱাৰী ! পুত্ৰৰ বাইকতে উঠাই লৈ পলায়ন

নিউজ ডেস্কঃ

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0
Love I প্ৰেমত মগ্ন শহুৰ-বোৱাৰী ! পুত্ৰৰ বাইকতে উঠাই লৈ পলায়ন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

বোৱাৰী (Daughter-in-law)ৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হয় শহুৰ (Father in law)। তাৰ পিছত পুতেকৰ বাইক লৈ বোৱাৰীৰ লগত পলাই (Run away with daughter-in-law) যায়। ন্যায় বিচাৰি আৰক্ষীৰ দ্বাৰস্থ হয় অসহায় যুৱকজন।

প্ৰেমত মগ্ন
প্ৰেমত মগ্ন শহুৰ-বোৱাৰী:

ৰাজস্থান (Rajasthan)ৰ বুণ্ডী জিলাৰ (Bundi District) চিলোৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। তাৰে বাসিন্দা পৱন বৈৰাগী (Pawan Bairagi)। তেওঁ পিতৃ ৰমেশ বৈৰাগীৰ (Ramesh Bairagi) বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি পৱনৰ পত্নীৰ সৈতে ৰমেশ পলাই যায়। অভিযোগকাৰীয়ে দাবী কৰে যে তেওঁৱেই বোৱাৰীয়েকক পলাবলৈ উচটনি দিছিল।

আনকি পলায়ন কৰাৰ সময়ত পিতৃয়ে বাইকখনো চুৰি কৰি লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে।পৱনে দাবী কৰে যে তেওঁৰ পত্নীৰ পিতৃৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। পত্নীক পিতৃয়ে তেওঁৰ বিৰুদ্ধে উচটনি দিয়ে। ঘৰৰ পৰা পলাই যাবলৈ উচটনি দিয়ে। ইয়াৰ পিছতে পৱনৰ বাইকখন লৈ দুয়ো পলায়ন কৰে।

পৱনৰ ৬ মহীয়া সন্তান আছে। কামৰ বাবে পৱন গাঁৱৰ বাহিৰত থাকিবলগা হয়। লগতে পৱনে আৰক্ষীক জনোৱা মতে, মাতৃয়ে ককাক লৈ পলাই যোৱাৰ বাবে শিশুটিৰ যত্ন লোৱাত সমস্যা হৈছে। কিন্তু তেওঁৰ অভিযোগ আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱা নাছিল বুলি দাবী কৰে।

আৰক্ষীৰ ওচৰত পৱনৰ মূল অভিযোগ পিতৃৰ বিৰুদ্ধে। তেওঁৰ পত্নী নিৰ্দোষী বুলি দাবী কৰে। বৰঞ্চ তেওঁৰ অভিযোগ, পত্নীয়ে পিতৃৰ প্ৰৰোচনা আৰু প্ৰলোভনৰ জালত ভৰি দিছে। ইয়াৰ পূৰ্বেও পিতৃগৰাকী কেইবাটাও অবৈধ লেনদেনত জড়িত আছিল বুলি অভিযোগ পৱনৰ।

এই সন্দৰ্ভত সদৰ থানাৰ আৰক্ষী বিষয়া অৰবিন্দ ভৰদ্বাজে কয় যে সমগ্ৰ ঘটনাটো যথাযথ গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে পৱনক আশ্বাস দিয়া হৈছে যে বাইকখনৰ সৈতে পলায়ন কৰা যুগলৰ শীঘ্ৰে সন্ধান উলিওৱা হʼব। অৱশ্যে এই পৰ্যন্ত তেওঁলোকৰ কোনো সন্ধান পোৱা নাই।

Tags: Daughter-in-lawFather-in-lawশহুৰ-বোৱাৰী
Share4Tweet3Send

Related Posts

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী
National-International

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

by News Desk
May 19, 2026
50
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

by News Desk
May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

by Staff Reporter
May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

by Staff Reporter
May 19, 2026
50
Supreme Court of India : ধৰ্মান্তৰিত হ’লে কোনেও অনুসূচিত জাতিৰ স্বীকৃতি নাপায়, উচ্চতম ন্যায়ালয়
National-International

Supreme Court of India I বিচাৰ প্ৰক্ৰিয়াত বিলম্ব হ’লে জামিন পোৱাই উচিত, ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 19, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

by Staff Reporter
May 19, 2026
50
ADVERTISEMENT
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

May 19, 2026
50
SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক
Jobs & Career

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

May 19, 2026
50
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী
National-International

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026
50
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

May 19, 2026
SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

May 19, 2026
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx