ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I তাৰালাংচ’ত অপেন প্ৰাইজমনি হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
February 18, 2023
Reading Time: 1 min read
A A
0
Karbi Youth Festival I  তাৰালাংচ’ত অপেন প্ৰাইজমনি হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন

RELATED POSTS

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ (49th Karbi Youth Festival) লগত সংগতি ৰাখি কাৰবি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কেচিএছৰ সহযোগত আজি তাৰালাংচ’ৰ প্ৰৱেশ দ্বাৰৰ পৰা অপেন প্ৰাইজমনি হাফ মাৰাথান দৌৰৰ (Open Prize money Half Marathan) ফ্লেগ অফ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙে (Dr Tuliram Ronghang) ৷

Marathan
Open Prize money Half Marathan:
প্ৰতিযোগিতাটিৰ ফ্লেগ অনুষ্ঠানত অতিথি হিছাপে উপস্থিত থাকে ক্ৰমে, পৰিষদৰ এমএচি হেডছিং ৰংফাৰ, কেচিএছ সভাপতি চন্দ্ৰছিং ক্ৰ’ জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙ আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ ৷ উল্লেখ যোগ্য উক্ত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাত কাৰবি আংলঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকলে অংশ গ্ৰহণ কৰে ৷

Open prize money Marathanপুৰষ-মহিলা উভয় শাখাৰ বাবে অনুষ্ঠিত হোৱা মাৰাথান দৌৰৰ বিজয়ী সকলক উদ্যোক্তা সকলে ক্ৰমে, ১০ হাজাৰ, ৮ হাজাৰ আৰু ৬ হাজাৰ টকাকৈ নগদ ধনেৰে পুৰষ্কৃত কৰে বুলি জানিব পৰা গৈছে ৷

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Karbi Youth Festivalঅপেন প্ৰাইজমনিতাৰালাংচ
Share7Tweet5Send

Related Posts

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
ADVERTISEMENT
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d