ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Fixed Deposit I ষ্টেট বেংকৰ ফিক্সড ডিপজিটৰ সুতৰ হাৰ বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
February 15, 2023
Reading Time: 1 min read
A A
0
Fixed Deposit I ষ্টেট বেংকৰ ফিক্সড ডিপজিটৰ সুতৰ হাৰ বৃদ্ধি

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

প্ৰায় দুমাহৰ পাছত ষ্টেট বেংকে ফিক্সড ডিপজিটৰ (State Bank Fixed Deposit) সুত বৃদ্ধিৰ (Interest increase) নতুন কাৰ্যসূচী ঘোষণা কৰে। বুধবাৰে দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকটোৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি, নতুন আঁচনিৰ অধীনত ফিক্সড ডিপজিটৰ সুতৰ হাৰ ২৫ বেছিছ পইণ্ট (বিপিএছ) পৰ্যন্ত বা ২.৫ শতাংশ বৃদ্ধি পাব।

SBI
SBI Fixed Deposit rate hiked:

নতুন ব্যৱস্থাৰ অধীনত ৪০০ দিনৰ কাৰ্যকাল থকা ফিক্সড ডিপজিটৰ সুতৰ হাৰ হʼব ৭.১ শতাংশ। ষ্টেট বেংক কৰ্তৃপক্ষই জনোৱা মতে, সুতৰ হাৰ বৃদ্ধিৰ নতুন কাৰ্যসূচী বুধবাৰৰ পৰা (১৫ ফেব্ৰুৱাৰী) কাৰ্যকৰী হʼব।৩১ মাৰ্চলৈকে চলিব এই কাৰ্যসূচী। এই নতুন উচ্চ সুতৰ হাৰ ২ কোটি টকা পৰ্যন্ত স্থায়ী জমা ধনৰ ক্ষেত্ৰত প্ৰযোজ্য হʼব।

ইয়াৰ পূৰ্বে ১৩ ডিচেম্বৰত ষ্টেট বেংকে নিৰ্বাচিত ফিক্সড ডিপজিটৰ সুতৰ হাৰ বৃদ্ধি কৰিছিল। বজাৰ বিশেষজ্ঞৰ এটা অংশই অনুভৱ কৰে যে শেহতীয়াকৈ “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানীৰ কোম্পানীটোক লৈ হোৱা বিতৰ্কৰ প্ৰেক্ষাপটত ষ্টেট বেংকৰ এই নতুন কাৰ্যসূচী “তাৎপৰ্যপূৰ্ণ”। উল্লেখ্য, এই বিতৰ্কৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত মাহৰ আৰম্ভণিতে কৈছিল যে আদানী ঔদ্যোগিক গ্ৰুপটো সংকটত পৰিলেও ইয়াৰ অন্যতম মূল বিত্তীয় সমৰ্থক ষ্টেট বেংক বিপদত পৰাৰ সম্ভাৱনা নাই।

Tags: State Bankষ্টেট বেংক
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

March 4, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT