ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Adani Enterprise’s : আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ২৫% বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
February 8, 2023
Reading Time: 1 min read
A A
0
Adani Enterprise’s : আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ২৫% বৃদ্ধি

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

বজাৰৰ বাকী থকা ঋণ আগতীয়াকৈ পৰিশোধ কৰি তিনিওটা কোম্পানীৰ লাখ লাখ শ্বেয়াৰ ঘূৰাই অনা হৈছে। সোমবাৰে আদানী গ্ৰুপে (Adani Group) প্ৰকাশ কৰা এক বিবৃতিত এই ঘোষণা কৰে। ২৪ ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ (Shares of the company) মূল্য উন্নত হয়। হিণ্ডেনবাৰ্গৰ (Hindenburg) প্ৰতিবেদন ওলোৱাৰ পিছত আদানী গোটৰ কেইবাটাও কোম্পানীৰ শ্বেয়াৰ এটা এটাকৈ হ্ৰাস পায়। 

আদানী
আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ২৫% বৃদ্ধি:

আদানী এণ্টাৰপ্ৰাইজৰ অৱস্থাও তথৈবচ হৈ পৰে। কিন্তু সোমবাৰে বজাৰৰ বাবদ ধন পৰিশোধ কৰিব বুলি ঘোষণা কৰাৰ পিছদিনা কোম্পানীটোৱে লাভৰ মুখ দেখে। কিছু পৰিমাণে হ’লেও বন্ধ হৈছে ‘ৰক্তক্ষৰণ’।আদানীয়ে ঘোষণা কৰিছিল যে বজাৰৰ বাবে আদানী গ্ৰুপে প্ৰায় ৮,২৭৩ কোটি টকা ঘূৰাই দিব।

আৰু এই ঘোষণাৰ এদিনৰ ভিতৰতে আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য প্ৰায় ২৫ শতাংশ বৃদ্ধি (Adani Enterprise’s share price rises by nearly 25 per cent) পাইছে। ইয়াৰ উপৰি আদানীয়ে আন কোম্পানীসমূহৰ শ্বেয়াৰতো লাভ দেখাবলৈ আৰম্ভ কৰিছে। যদিও আদানীৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য দুৰ্যোগৰ পূৰ্বে যি আছিল, তথাপিও এই উন্নতি তেওঁৰ বাবে একো নহয়।

২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰুপে নিজৰ সম্পত্তিৰ প্ৰায় আধা বিনিয়োগ কৰিছে। যাৰ পৰিমাণ প্ৰায় ৯ লাখ ৯২ হাজাৰ ৭৬৬ কোটি টকা। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শ্বেয়াৰ বজাৰৰ এই উত্থানে বিনিয়োগকাৰীসকলৰ লোকচান হ্ৰাস কৰাত সহায় কৰিব।

আদানী গ্ৰুপে সোমবাৰে ঘোষণা কৰে যে আদানী পৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জোন লিমিটেডৰ ১৬ কোটি ৮২ লাখ ৭০ হাজাৰ শ্বেয়াৰ (মুঠ শ্বেয়াৰৰ ১২ শতাংশ), আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ ২ কোটি ৭৫ লাখ ৬০ হাজাৰ শ্বেয়াৰ (মুঠ শ্বেয়াৰৰ ৩ শতাংশ) আৰু আদানী আদানী গ্ৰুপে ট্ৰেন্সমিছন লিমিটেডৰ ১ কোটি ১৭ লাখ ৭০ হাজাৰ শ্বেয়াৰ (মুঠ শ্বেয়াৰৰ ১.৪ শতাংশ) বজাৰলৈ আনিবলৈ ওলাইছে। সেই শ্বেয়াৰসমূহ সময়ত বজাৰলৈ আনিবলৈ তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ।

আদানী গ্ৰুপে ৫০ লাখ টকাৰ এফ পি অ’ বাতিল কৰাৰ সিদ্ধান্ত লয়। তেনেহʼলে আদানী গোটে কিয় হঠাতে বজাৰত শ্বেয়াৰ মুকলি কৰিছে? সেই প্ৰশ্নটোও উত্থাপন হয়।

adani | ASSAM TIMES POST

ষ্টক মাৰ্কেটৰ বিশেষজ্ঞসকলে ভাবে যে এই সিদ্ধান্ত তেওঁলোকৰ অৰ্থনৈতিক শক্তি দেখুৱাবলৈ।আগতে আদানী গোটে এই শ্বেয়াৰৰ সলনি বজাৰৰ পৰা ধন ধাৰে লৈছিল। সেই ঋণ পৰিশোধৰ সময় আছিল ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত। কিন্তু ২০২৩ চনৰ জানুৱাৰী মাহত আদানী গ্ৰুপে বাকী থকা ধনখিনি আগতীয়াকৈ নিষ্পত্তি কৰে। প্ৰতিশ্ৰুতিবদ্ধ শ্বেয়াৰ ঘূৰি আহিল। আদানী গ্ৰুপে সেই শ্বেয়াৰবোৰ বজাৰলৈ আনিবলৈ ওলাইছে।

বিশেষজ্ঞসকলৰ মতে, হিণ্ডেনবাৰ্গ ৰিপোৰ্টত উত্থাপিত অভিযোগৰ পিছতে আদানীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হʼবলৈ আৰম্ভ কৰে। কোম্পানীটোৱে লোকচানৰ সন্মুখীন হোৱাৰ পিছত আদানী আৰ্থিকভাৱে সুস্থিৰ হয়নে নহয় সেই লৈও প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু আদানি গোটে বকেয়া ধন আগতেই নিষ্পত্তি কৰি বন্ধকী শ্বেয়াৰৰ মালিকীস্বত্ব ঘূৰাই পাই নিজকে আৰ্থিকভাৱে শক্তিশালী দেখুৱাবলৈ চেষ্টা কৰিছে।

আদানীয়ে এই বাবদ ধন আগতীয়াকৈ পৰিশোধ কৰাৰ সিদ্ধান্তই অৱশেষত তেওঁলোকৰ লোকচান অলপ হ্ৰাস কৰিলে, সেয়া মঙলবাৰৰ শ্বেয়াৰৰ মূল্যত স্পষ্ট হৈ পৰিছে।

Tags: Adaniআদানী
Share4Tweet3Send

Related Posts

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx