ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 16, 2023
Reading Time: 1 min read
A A
0
শচীন তেণ্ডুলকাৰক অতিক্ৰমি কোহলিৰ বিৰাট অভিলেখ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

মকৰ সংক্ৰান্তিৰ দিনাই বিৰাট কোহলিয়ে Virat Kohli তিনিটা অভিলেখ গঢ়ে। ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে শচীন Sachin Tendular তেণ্ডুলকাৰক অতিক্রম কৰি দেওবাৰে শ্রীলংকাৰ Sri Lanka বিৰুদ্ধে শতক অর্জন কৰি তিৰুৱনন্তপুৰমত তৃতীয় এদিনীয়া খেলত শতক অর্জন কৰে

Virat Kohli
শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভাঙিলে বিৰাট কোহলীয়ে

ঘৰুৱা মাটিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন Sachin শতকৰ সংখ্যা ২০টা। শচীনে ঘৰুৱা খেলপথাৰত ১৬৪ খন এদিনীয়া খেল খেলিছিল।

গুৱাহাটীত এই বিশ্ব অভিলেখ স্পৰ্শ কৰিছিল কোহলিয়ে। তিৰুৱনন্তপুৰমত শচীনক অতিক্ৰম কৰিলে কোহলিয়ে। দেশৰ মাটিত ২১ টা শতক ভাৰতৰ প্ৰাক্তন অধিনায়কজনৰ। তাৰ বাবে তেওঁ শচীনতকৈ বহু কম ১০৪ খন মেচ লৈছে।

আন এক পৰিসংখ্যাত কোহলিয়ে শচীনক চেৰ পেলাইছে। কোনো বিশেষ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে সৰ্বাধিক শতিকা যৌথভাৱে শীৰ্ষত আছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীনৰ হাতত আছে ৯ টা শতক। গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে কোহলিয়ে নিজৰ নৱম শতক অৰ্জন কৰে। তিৰুৱনন্তপুৰমত দশম শতক আহে তেওঁৰ বেটিৰ পৰা। অৰ্থাৎ কোহলিয়ে নিৰ্দিষ্ট প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে সৰ্বাধিক শতকৰে অভিলেখ গঢ়ে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলিয়ে আন এক নজিৰ গঢ়ি তুলিছে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাত তেওঁ শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰিছে।

RELATED POSTS

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ

ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ADVERTISEMENT

২৬৯খন মেচত তেওঁৰ ৰান ১২৭৫৪। শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মাহেলা জয়বৰ্ধনক তেওঁ চেৰ পেলাইছে। তেওঁৰ ৰান ১২৬৫০। এই তালিকাৰ শীৰ্ষত আছে শচীন। তেওঁৰ ৰান ১৮৪২৬।
এদিনীয়া মেচত শচীনে ৪৯টা শতক অৰ্জন কৰিছে। আনহাতে, ৪৬ টা শতক হ’ল কোহলিৰ। কিন্তু তেওঁ অতি কম ইনিংছত ৪৬ টা শতক অৰ্জন কৰে। শচীনে ৪৩১ ইনিংছত ৪৬টা শতক অৰ্জন কৰিছিল। কোহলিয়ে মাত্ৰ ২৬৯ টা ইনিংছহে লৈছে।

অৱশেষত তিৰুৱনন্তপুৰমত কোহলিয়ে ১১০টা বলত ১৬৬ ৰান সংগ্ৰহ কৰে। ইনিংছত তেওঁ ৮টা ছয় কৰে। এই মেচখনত তেওঁ এদিনীয়া ক্ৰিকেটত এটা ইনিংছত সৰ্বাধিক ছয় অৰ্জন কৰে। এদিনীয়া ক্ৰিকেটত তেওঁ চাৰিবাৰকৈ ১৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰে। অৱশ্যে এই নজিৰ ৰোহিত শৰ্মাৰ নামতো আছে। এদিনীয়া ক্ৰিকেটত তেওঁ এটা ইনিংছত ৮ বাৰকৈ ১৫০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: শচীন তেণ্ডুলকাৰ
Share4Tweet3Send

Related Posts

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
Assam

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন, প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

by News Desk
January 21, 2023
54
বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ
National-International

বেয়া বতৰ নহয়, যান্ত্ৰিক ত্ৰুটিৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী নেপালৰ বিমান মন্ত্ৰালয়ৰ

by Staff Reporter
January 16, 2023
51
ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ
KARBI ANGLONG

ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ

by News Desk
January 11, 2023
63
অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ
ALL NEWS

অবৈধভাৱে ৰখোৱা ট্ৰাকৰ খুন্দাত মৃত্যু এজন যুৱকৰঃ স্থানীয় ৰাইজৰ পথ অৱৰোধ

by ASSAM TIMES POST
January 8, 2023
52
বিশ্বকাপৰ সময়ত কাটাৰত আইএছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা
National-International

বিশ্বকাপৰ সময়ত কাটাৰত আইএছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা

by Staff Reporter
November 16, 2022
53
কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ:
ALL NEWS

কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ:

by ASSAM TIMES POST
October 31, 2022
51
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: