ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

২৫ শতাংশ POCSO গোচৰ প্ৰেমজনিত কাৰণত! শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমো:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2022
Reading Time: 1 min read
A A
0
২৫ শতাংশ POCSO গোচৰ প্ৰেমজনিত কাৰণত! শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমো:

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

দেশত প্ৰতি চাৰিটা কিশোৰী যৌন নিৰ্যাতনৰ অভিযোগৰ আঁৰত আছে এক প্ৰেমজনিত সম্পৰ্ক। যʼত দেখা যায় যে অভিযুক্তৰ ভুক্তভোগী নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। আৰু এনে POCSO গোচৰত বংগ, অসম আৰু মহাৰাষ্ট্ৰ আগবাঢ়ি আছে।

২৫ শতাংশ POCSO গোচৰ প্ৰেমজনিত কাৰণত
২৫ শতাংশ POCSO গোচৰ প্ৰেমজনিত কাৰণত:

ইউনিচেফ-ইণ্ডিয়া আৰু এনফোল্ড প্ৰোএক্টিভ হেল্থ ট্ৰাষ্টৰ যৌথ অধ্যয়নে এইদৰে কয়। এই সমীক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰে। আনুষংগিক অধ্যয়ন অনুসৰি, POCSO ৰ ৪৬.৬ শতাংশ গোচৰত এনে প্ৰেমজনিত সম্পৰ্কৰ প্ৰমাণ পোৱা গৈছে, ভুক্তভোগীৰ বয়স ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰত আছিল।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এই গোচৰসমূহৰ বিচাৰত ন্যায়াধীশসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হʼবলগীয়া হয়। তেওঁ কয় যে তাৰ পৰাই অপৰাধমূলক গোচৰৰ সম্পৰ্কৰ তদন্ত আৰু গোচৰ চলোৱাটো অতি কঠিন হৈ পৰে। ২০১৬ চনৰ পৰা ২০২০ চনলৈকে মুঠ ৭,০৬৪টা POCSO গোচৰৰ বিচাৰ কৰা হৈছে।

সেই গোচৰসমূহ পুনৰীক্ষণ কৰি নিৰীক্ষক স্বাগথা ৰাহা আৰু শ্ৰুতি ৰামকৃষ্ণনে দেখুৱাইছে যে ১৭১৫টা গোচৰত ভুক্তভোগী আৰু অভিযুক্তৰ মাজত গভীৰ সম্পৰ্ক আছিল। সেই গোচৰৰ অধিকাংশই তিনিখন ৰাজ্যৰ পৰা আহিছিল— পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু অসম।
১০ ডিচেম্বৰত প্ৰকাশ পাইছিল এই সমীক্ষা। ইয়াৰ উপৰি ৮৭.৯ শতাংশ গোচৰত ভুক্তভোগীয়ে অভিযুক্তৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি স্বীকাৰ কৰিছিল।

আকৌ বহু ক্ষেত্ৰত দেখা যায়, নাবালিকাৰ সম্পৰ্ক থকাত পৰিয়ালৰ লোকে এই কথা গম পাই তেওঁক বিয়া হ’বলৈ বাধ্য কৰাইছিল। আৰু তাত যৌন নিৰ্যাতনৰ অভিযোগ আনিছে নাবালিকাই। সমালোচকসকলে দাবী কৰে যে দেশখনে ১৮ বছৰৰ তলৰ নাবালিকাৰ সন্মতিসূচক যৌন কাৰ্যক স্বীকৃতি নিদিলেও এনে গোচৰত আদালতে নম্ৰ দৃষ্টিভংগী গ্ৰহণ কৰে।

এই অধ্যয়ন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয় যে ১৮ বছৰৰ তলৰ শিশুৰ বাবে যিকোনো যৌন কাৰ্য্যকলাপ অপৰাধ। কিন্তু দুই নাবালকৰ এনে সম্পৰ্কৰ পিছত যেতিয়া গোচৰটো আদালতত উপস্থিত হয় তেতিয়া ন্যায়াধীশসকলে ইয়াৰ বিচাৰত বহু সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়।

Tags: POCSO case২৫ শতাংশ POCSO গোচৰ প্ৰেমজনিত কাৰণত
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT