ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিশ্বকাপৰ বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰা প্ৰথম আফ্ৰিকান দেশ কেমেৰুণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 3, 2022
Reading Time: 1 min read
A A
0
বিশ্বকাপৰ বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰা প্ৰথম আফ্ৰিকান দেশ কেমেৰুণ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

কাটাৰত বিশ্বকাপৰ বৃহৎ অঘটন! গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত অঘটন। শুকুৰবাৰে ডোহাৰ লুচাইল ষ্টেডিয়ামত কেমেৰুণৰ হাতত ০-১ গʼলত পৰাস্ত হয় ব্ৰাজিল। অতিৰিক্ত সময়ত খেলখনৰ একমাত্ৰ গʼলটো ভিনচেণ্ট আবুবাকাৰে কৰে। সোঁফালৰ পৰা ক্ৰছত হেড কৰি ঐতিহাসিক জয় লাভ কৰে।

আবুবাকাৰ হৈছে বিশ্বকাপত ব্ৰাজিলৰ বিৰুদ্ধে গʼল দিয়া তৃতীয়জন আফ্ৰিকান ফুটবলাৰ। অৱশ্যে গʼলৰ উত্তেজনাত জাৰ্চি খুলি দ্বিতীয়খন হালধীয়া অৰ্থাৎ ৰঙা কাৰ্ড পাবলগা হয় খেলুৱৈগৰাকীয়ে।

বিশ্বকাপস্পেইন, পৰ্তুগালৰ পিছত এইবাৰ ৰণত পৰিল ব্ৰাজিল। প্ৰথম দুখন মেচত জয়ৰ পিছত আশা আছিল যে কাটাৰ বিশ্বকাপত ব্ৰাজিলে গ্ৰুপৰ তিনিখন মেচত জয়লাভ কৰি ছেমি ফাইনেললৈ যোৱা প্ৰথমটো দল হʼব।

কিন্তু ৫ বাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে বশ্যতা স্বীকাৰ কৰে। টিউনিছিয়াৰ খেলখনত ফ্ৰান্সৰ প্ৰশিক্ষকে ৯টা পৰিৱৰ্তন সাধন কৰে। ফলত খেলখনত কোনো ধৰণৰ ধাৰাবাহিকতা নাছিল। ছন্দৰ পতন ঘটিছিল। শুকুৰবাৰেও একেই কথা। কিন্তু একে সময়তে একাধিক হেৰুওৱা সুযোগ আৰু ফিনিছিঙৰ অভাৱে ব্ৰাজিলক ডুবালে। নেইমাৰে গেলেৰীত বহি মাথোঁ চাই ৰ’ল দলটোৰ পৰাজয়।

অৱশ্যে প্ৰথম দুখন মেচত জয়লাভ কৰাৰ পিছত ব্ৰাজিলে অন্তিম ষোল্ললৈ উত্তীৰ্ণ হৈছে। কিন্তু গ্রুপত শীৰ্ষ স্থান দখল কৰিবলৈ যুঁজ দিছিল।

Tags: বিশ্বকাপ
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

by News Desk
June 27, 2026
50
ADVERTISEMENT
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx