ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ বিশ্বকাপৰ আয়োজক দেশ কাটাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 26, 2022
Reading Time: 1 min read
A A
0
গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ বিশ্বকাপৰ আয়োজক দেশ কাটাৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা কাটাৰ বাহিৰ হ’ল কাটাৰ। ইয়াৰ লগে লগে বিশ্বকাপৰ আয়োজক দেশখনে দ্বিতীয়বাৰৰ বাবে গ্ৰুপ পৰ্যায়ত সফল হʼব নোৱাৰিলে। ১২ বছৰ পূৰ্বে দক্ষিণ আফ্ৰিকাতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিলেও কাটাৰে দেশৰ অনুৰাগীক উপহাৰ দিলে হতাশা।

প্ৰথমখন খেলত ইকুৱেডৰৰ হাতত ০-২ গʼলত পৰাস্ত হয় কাটাৰ। শুকুৰবাৰে দ্বিতীয়খন মেচত চেনেগালৰ হাতত ১-৩ গʼলত পৰাস্ত হয়। অন্তিমখন খেলত গ্ৰুপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। কাটাৰৰ সমৰ্থকসকলে সেই মেচতো জয়ী হʼব বুলি সপোন দেখা নাই। গ্ৰুপত দুই দুৰ্বল প্ৰতিদ্বন্দ্বী দলৰ সুবিধা লʼব নোৱাৰিলে কাটাৰে।

যʼত এছিয়াৰ বাকী দেশসমূহে বিশ্বকাপত সকলোকে হতচকিত কৰিছে, তেনে ক্ষেত্ৰত কাটাৰে এখন মেচ বাকী থকা অৱস্থাতে গুচি যাব লাগিব৷ ২০১০ চনৰ বিশ্বকাপৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই মেক্সিকোৰ বিৰুদ্ধে ১-১ গʼলত ড্ৰ’ কৰিছিল। দ্বিতীয়খন মেচত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিল উৰুগুৱে। ডিয়েগো ফৰলানৰ ডাবলৰ সহায়ত ছাবালালাৰ দলটো ০-৩ গʼলত পৰাস্ত হয়।

অৱশ্যে তৃতীয়খন মেচত তেওঁলোকে আচৰিত কৰি তুলিছিল। ২০০৬ চনৰ বিজয়ী দলটোৱে ফ্ৰান্সক ২-১ গʼলত পৰাস্ত কৰে। গ্ৰুপত দ্বিতীয় স্থানত থকা মেক্সিকোৰ সৈতে একে পইণ্ট (৪) লাভ কৰিলেও দক্ষিণ আফ্ৰিকাই গʼলৰ পাৰ্থক্যত তৃতীয় স্থান দখল কৰে। ফ্ৰান্সে এটা পইণ্টেৰে তলৰ স্থান দখল কৰে।

দক্ষিণ আফ্ৰিকা তেতিয়াও ফ্ৰান্সৰ হাতত পৰাস্ত হয়। কাটাৰৰ সন্মুখতো দুৰ্যোগৰ সম্ভাৱনা আছে। যদি আলমোজ আলীয়ে নেদাৰলেণ্ডৰ বিৰুদ্ধে শেষৰখন খেলত আচৰিত কৰিব পাৰে, তেন্তে অন্ততঃ মূৰ ওপৰলৈ তুলি বিদায় লʼব পাৰে। কাৰণ ইয়াৰ পিছত তেওঁলোকক কেতিয়া বিশ্বকাপত দেখা যাব কোনেও নাজানে।

Tags: বিশ্বকাপ
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

by News Desk
June 27, 2026
50
ADVERTISEMENT
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx