ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিশ্বকাপৰ ধাৰা অব্যাহত, এইবাৰো ইংলেণ্ডে পৰাস্ত কৰিব নোৱাৰিলে আমেৰিকাক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 26, 2022
Reading Time: 1 min read
A A
0
বিশ্বকাপৰ ধাৰা অব্যাহত, এইবাৰো ইংলেণ্ডে পৰাস্ত কৰিব নোৱাৰিলে আমেৰিকাক

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

বিশ্বকাপৰ ধাৰা অব্যাহত ৰাখি এইবাৰো বিশ্ব মঞ্চত ইংলেণ্ডে আমেৰিকাক পৰাস্ত কৰিব নোৱাৰিলে। বিশ্বৰ দুখন শক্তিশালী দেশৰ মাজত যুঁজখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইৰাণৰ বিৰুদ্ধে ছয় গʼলৰ জয়ৰে দুৰ্দান্ত আৰম্ভণি কৰিছিল ইংলেণ্ডে। ফুটবল পণ্ডিতসকলে সম্ভাৱ্য অন্তিম চাৰিটা দলত ‘থ্ৰী লায়ন্সʼক স্থান দিছিল। কিন্তু দ্বিতীয়খন মেচত উজুটি খালে হেৰী কেন বাহিনীয়ে।

শুকুৰবাৰে নিশা আল বেইট ষ্টেডিয়ামত ইংলেণ্ডে আমেৰিকাৰ সৈতে গʼলবিহীন ড্ৰ’ কৰে। দুয়োটা দলে গʼল দিয়াৰ সুযোগ লাভ কৰে। কিন্তু হেৰী কেন, খ্ৰীষ্টিয়ান পুলিচিচে লক্ষ্যভ্ৰষ্ট হয়। দুয়োটা দলৰ ভিতৰত আমেৰিকাই আধিপত্য বিস্তাৰ কৰে। প্ৰথমখন খেলত ৬টা গʼল দিয়াৰ পাছত ইংলেণ্ডে গʼল দিবলৈ এজন খেলুৱৈ বিচাৰি নাপালে।

ইয়াৰ বিপৰীতে এটা সময়ত আমেৰিকানসকলৰ হেঁচাত ষ্টাৰলিং আৰু মেগুৱেৰৰ পতন ঘটিছিল। পুলিচিচৰ শ্বটটোৱে ক্ৰছপিছত খুন্দা নামাৰা হʼলে চাউথগেটৰ আমেৰিকাই গʼলটো দিলেহেঁতেন। অৱশ্যে ইংলেণ্ডৰ প্ৰশিক্ষকগৰাকীৰ বাবে ভাল কথা, আঘাতৰ ভয় অতিক্ৰম কৰি সমগ্ৰ নব্বৈ মিনিট খেলপথাৰত থাকে হেৰী কেন।

নকআউট পৰ্যায়ত আমেৰিকাৰ সম্ভাৱনা এতিয়াও জীয়াই আছে। আনহাতে ইংলেণ্ডে প্ৰথমখন খেলত ইৰাণক ৬-২ গʼলত পৰাস্ত কৰি বিশ্বকাপৰ আৰম্ভণি কৰে। শুকুৰবাৰে জয়লাভ কৰিলে অন্তিম ষোল্ল ত স্থান নিশ্চিত হʼলহেঁতেন।

কিন্তু অপেক্ষা দীঘলীয়া হৈ পৰিল। বিশ্বকাপৰ ইতিহাসত ইংলেণ্ডে কেতিয়াও আমেৰিকাক পৰাস্ত কৰা নাই। সেই অভিলেখ আজিও অব্যাহত আছে। গেৰেথ চাউথগেটৰ হাতত আছে ৱিনিং কম্বিনেচন। গঠনতো কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু ইংলেণ্ডে ইৰাণৰ মেচখনৰ ৫০ শতাংশও খেলিব নোৱাৰিলে।

বিপক্ষে কোনো তাৰকা ফুটবলাৰ নাছিল, টিমথি ৱেহৰ বাহিৰে। তাৰ তুলনাত চাউথগেটৰ দলটো একাধিক মেচত বিজয়ী আছে। পৰিসংখ্যা অনুসৰি ইংলেণ্ডে বিশ্বকাপৰ প্ৰথমাৰ্ধত যোৱা পাঁচখন খেলত জয়ী হোৱা নাই। বৰ্তমানো একেই কথা।

Tags: বিশ্বকাপ
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

by News Desk
June 27, 2026
50
ADVERTISEMENT
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx