ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

চিন্তা-ধাৰণা কৰিয়ে নোট বাতিলৰ দাবী কেন্দ্ৰৰ:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 17, 2022
Reading Time: 1 min read
A A
0
চিন্তা-ধাৰণা কৰিয়ে নোট বাতিলৰ দাবী কেন্দ্ৰৰ:

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

বিমুদ্ৰাকৰণ Demonetizationআছিল এক ইচ্ছাকৃত সিদ্ধান্ত। জাল নোট, সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য, কʼলা ধন আৰু কৰ ফাঁকি ৰোধ কৰাৰ বৃহত্তৰ কৌশলৰ অংশ। কেন্দ্ৰই আজি উচ্চতম ন্যায়ালয়ৰ Supreme Court সংবিধান বিচাৰপীঠত শপতনামাযোগে এই কথা প্ৰকাশ কৰে।

চিন্তা-ধাৰণা কৰিয়ে নোট বাতিলৰ দাবী কেন্দ্ৰৰ
banknote demonetization:

উচ্চতম ন্যায়ালয়ৰ Supreme Court পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ২০১৬ চনত ৫০০ আৰু ১০০০ টকাৰ বিমুদ্ৰাকৰণৰ সাংবিধানিক বৈধতাৰ প্ৰশ্নৰ শুনানি গ্ৰহণ কৰি আছে।

ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বত থকা বিচাৰপীঠৰ সন্মুখত দিয়া শপতনামাত কেন্দ্ৰই কয় যে বিমুদ্ৰাকৰণ হৈছে এক অৰ্থনৈতিক নীতিগত সিদ্ধান্ত, যিটো সংসদৰ ৰিজাৰ্ভ বেংক আইন (১৯৩৪)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাৰ অধীনত লোৱা হৈছে। পিছত সংসদত আইনখন আনি ছীল-মোহৰ মৰা হয়। কেন্দ্ৰৰ মতে, অৰ্থনৈতিক নীতিৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ এই পদক্ষেপ ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ নিৰ্দিষ্ট পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা হৈছে।

৫০০ আৰু ১০০০ টকাৰ বিমুদ্ৰাকৰণৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ ৰিজাৰ্ভ বেংকে এক খচৰা আঁচনিৰ প্ৰস্তাৱ আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰে ইয়াক পৰীক্ষা কৰাৰ অন্তত এক অধিসূচনা জাৰি কৰি সিদ্ধান্ত কাৰ্যকৰী কৰে। কিন্তু সাধাৰণ জনতাৰ দুখ-কষ্টৰ কথা মনত ৰাখি বাছ, ৰে’ল বা বিমানৰ টিকট বুকিং, চৰকাৰী চিকিৎসালয়ত চিকিৎসা বা এল পি জি চিলিণ্ডাৰৰ খৰচ পূৰণ আদি গোচৰতো বাতিল কৰা নোটৰ ৰেহাই দিয়া হৈছিল।

কেন্দ্ৰৰ মতে, ভুৱা নোট, কʼলা ধন বা চৰকাৰ বিৰোধী কাম-কাজৰ বাবে আৰ্থিক সহায়ৰ অন্ত পেলোৱাৰ উপৰি সংগঠিত খণ্ডৰ সম্প্ৰসাৰণ, ডিজিটেল লেনদেন, যোগাযোগ আৰু কৰ কভাৰেজ বৃদ্ধি, ব্যৱসায় কৰাৰ খৰচ হ্ৰাস, অধিক লোকক বেংকৰ অধীনলৈ অনা সেৱা আৰু অসংগঠিত খণ্ডৰ দীৰ্ঘদিনীয়া সুৰুঙাসমূহ আঁতৰোৱা।চৰকাৰৰ অৰ্থনৈতিক নীতিত এনে বিষয়সমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। পৰৱৰ্তী শুনানি ২৪ নৱেম্বৰত হʼব।

Tags: banknote demonetisationনোট বাতিল
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx