ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Stories

এক সুন্দৰ প্ৰেম কাহিনীঃ ৫৬ বছৰীয়া প্ৰেমিকাক জীৱন-লগৰী কৰিলে ১৯ বছৰীয়া যুৱকে

বিশেষ প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
October 25, 2022
Reading Time: 1 min read
A A
0
এক সুন্দৰ প্ৰেম কাহিনীঃ ৫৬ বছৰীয়া প্ৰেমিকাক জীৱন-লগৰী কৰিলে ১৯ বছৰীয়া যুৱকে

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

এক সুন্দৰ প্ৰেম কাহিনী। প্ৰেমে নাজানে বয়সৰ অংক অথবা সমাজৰ কিছুমান হেঁচা। এনে এক প্ৰেম কাহিনীৰ সাক্ষী হৈ ৰৈছে থাইলেণ্ডবাসী। য’ত ১৯ বছৰীয়া এজন যুৱক ৱুথিচাই চন্তৰাজে ৩৭ বছৰৰ ব্যৱধান থকা ৫৬ বছৰীয়া জানলা নামুৱাংৰাক বিয়া কৰাইছে।

এক সুন্দৰ প্ৰেম কাহিনী১৯ বছৰীয়া ৱুথিচাই ১০ বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হোৱা জানলাৰ ঘৰলৈ খেলিবলৈ লগতে তেওঁৰ ঘৰৰ কামত সহায় কৰিবলৈ আহিছিল। যেতিয়া ৱুথিচাই ১৭ বছৰ বয়সত ভৰি দিলে তেতিয়া জানলাৰ বাবে তেওঁৰ হৃদয়ত কিছু অনু্ভৱ কৰিবলৈ ল’লে। ঠিক তেনেদৰে, দুয়োয়ে বিবাহপাশত আবদ্ধ হ’বলৈ পৰিয়ালৰ সকলোকে অৱগত কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দিয়া এক প্ৰতিবেদন অনুসৰি, জানলাই বুথিচাইক তেওঁৰ জীৱনৰ চুপাৰহিৰো’ হিচাবে গণ্য কৰে। ৱুথিচাইৰ বিষয়ে জানলাই নিজৰ সন্তানক কওঁতে তেওঁলোকো স্তম্ভিত হৈ পৰে যদিও প্ৰেমিক দ্বয় নিজৰ প্ৰেমক লৈ সুখী বুলি মন্তব্য কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: এক সুন্দৰ প্ৰেম কাহিনীঃ
Share5Tweet3Send

Related Posts

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer
Stories

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

by ASSAM TIMES POST
August 4, 2024
52
The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future
ALL NEWS

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

by ASSAM TIMES POST
June 26, 2024
62
“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”
Stories

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

by ASSAM TIMES POST
April 14, 2024
52
“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”
Stories

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

by ASSAM TIMES POST
April 13, 2024
54
৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই
Stories

৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই

by ASSAM TIMES POST
February 13, 2024
99
“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”
Stories

“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”

by ASSAM TIMES POST
February 4, 2024
55
ADVERTISEMENT
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!
National-International

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
50
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত
National-International

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
50
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু
National-International

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025
50
Operation against Maoist I ঝাৰখণ্ডৰ বনাঞ্চলত উদ্ধাৰ মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ
National-International

Operation against Maoist I ঝাৰখণ্ডৰ বনাঞ্চলত উদ্ধাৰ মাওবাদীৰ অস্ত্ৰ ভাণ্ডাৰ

July 11, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13694) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3412) Lifestyle (24) literature (16) National-International (10296) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d