ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰঙাপৰাত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি

ASSAM TIMES POST by ASSAM TIMES POST
November 6, 2019
Reading Time: 1 min read
A A
0
ৰঙাপৰাত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ৰঙাপৰাঃ সমগ্র ৰাজ্যতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ৮তম মুত্যু তিথি পালন কৰাৰ সমান্তৰালকৈ ৰঙাপৰাতো বিভিন্ন দল সংগঠনে গভীৰ শ্রদ্ধাৰে মহান শিল্পীগৰাকীৰ প্ৰতি শ্রদ্ধাজ্ঞলি আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। পুৱাৰে পৰা আৰম্ভ হোৱা ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্ণাঢ্য আৰু দিনজোৰা কায্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত হয়।

RELATED POSTS

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

WhatsApp Image 2019 11 05 at 3.32.53 AM | ASSAM TIMES POST

পুৱা ছাত্ৰ সন্থাৰ পতকা উওোলন কৰে ছাত্ৰ সন্থাৰ আঞ্চলিক সভাপতি বাপন দাস বড়োৱে। লগতে ভূপেন হাজৰিকাৰ প্রতিচ্ছবিত মাল্যৰ্পন কৰে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোশ্বামীয়ে। দিনৰ ভাগত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰে কুইজ মাষ্টাৰ অসীম ডেকাই। পুতুল নাথ আৰু চিত্ৰাংকণ প্রতিযোগিতাৰ বিচাৰকৰ ভুমিকা পালন কৰে চিত্ৰ শিল্পী পাৰশ ৰাম আৰু কনক বৰুৱাই। বিয়লি বন্তি প্রজ্বলনৰ উদ্বোধন কৰে সাংবাদিক শশী শৰ্মাই আৰু সাংস্কৃতিক সন্ধিয়া মুকলি কৰে প্রাক্তন ছাত্ৰ নেতা বিৰোজ শইকীয়াই।

WhatsApp Image 2019 11 05 at 3.32.53 AM 1 | ASSAM TIMES POST

আনহাতে ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰে বিশিষ্ট কবি ও কৃতি শিক্ষক ভবেশ মিশ্রই। নিশা বিজয়ী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বঁটা বিতৰনীৰ লগতে গুৱাহাটীৰ আমন্তিত অতিথি শিল্পী কাব্যশ্রী শইকীয়াৰ গীত-মাতে উপস্থিত সকলোকে আপ্লুত কৰে। ইপিনে আজি পুৱা সাহিত্য সভা চৌহদত ৰঙাপৰা আঞ্চলিক সাহিত্য সভাই শিল্পী গৰাকীৰ শ্রদ্ধাজ্ঞলি অনুষ্ঠানত সাহিত্য সভাৰ সম্পাদক ৰূপক শৰ্মা জাতীয় ঐক্য মঞ্চৰ সভাপতি ৰাজেন কটকী সম্পাদক আব্দুল ৰহিম ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ অতুল চক্ৰৱৰ্তী, নিপেন ডেকা আদি ব্যাক্তি সকলে শিল্পি গৰাকীৰ প্রতিচ্ছবিত মাল্যৰ্পন কৰাৰ লগতে তেওঁৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। 

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
ADVERTISEMENT
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

May 8, 2026
50
আজিয়েই যৱনিকা পৰিব নেকি বিজেপি-জেডিইউৰ মধুচন্দ্রিকাৰ? বিহাৰৰ ৰাজনীতিত নতুন মোৰ
National-International

Nitish Kumar I বিহাৰৰ মন্ত্ৰী হ’ল নীতিশ পুত্ৰ নিশান্ত, বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰু ৩১ গৰাকীৰ শপত গ্ৰহণ

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx