ASSAM TIMES POST
গুৱাহাটীঃ সমগ্ৰ ৰাজ্যজুৰি আজি ড০ ভূপেন হাজৰিকাৰ সংখ্যক অষ্টম সংখ্যক মৃত্যুতিথি উদযাপন কৰা হয়।

অসমৰ অন্যান্য জিলাৰ লগতে শোণিতপুৰ জিলাতো শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই সোঁৱৰণী শীৰ্ষক অনুষ্ঠানত বলুকা ভাস্কৰ্যৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাল্য শ্ৰদ্ধা নিবেদিছে বলুকা শিল্পী ৰঞ্জন শইকীয়াই।

লগতে বলুকা শিল্পী ৰঞ্জন শইকীয়াক সহযোগিতা আগবঢ়াই শিল্পী যীচু হাজৰিকা, ৰঞ্জন দাহাল, অনুপম তাঁতী, টিকেন্দ্ৰজিৎ আত্ৰেয়া। শিল্পীগৰাকীৰ বলুকা ভাস্কৰ্যৰ পদক্ষেপক সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ লগতে সকলোৱে আদৰ সম্ভাষণ জনাইছে।













