ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৫ সংখ্যক অধিবেশন সম্পন্ন ৷

ASSAM TIMES POST by ASSAM TIMES POST
November 5, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POST ASSAM TIMES POST
ডিফু : মঙলবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৫ সংখ্যক অধিবেশনটি পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায় ৷ অধিবেশনটিৰ আৰম্ভনিৰ পৰাই জলসিঞ্চন কেলেংকাৰী, বনবিভাগৰ অবৈধ নিযুক্তি , গ্ৰেটাৰ ৱাটাৰ চাপ্লাই আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক)ৰ পৰিষদৰ এমএচি সকলে প্ৰশ্ন উত্থাপন কৰি বিভাগীয় ইএম সকলৰ পৰা উত্তৰ বিচাৰে ৷ এমএচি দৰচিং ৰংহাঙে জলসিঞ্চন বিভাগৰ কেলেংকাৰীয়ে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ ওপৰত প্ৰশ্ন কৰাত বিভাগীয় ইএম অমৰছিং তিছ’ৱে তথ্য সহকাৰে বিষয়টো খণ্ডন কৰে ৷ তিছ’ৱে সদনক কয় যে জলসিঞ্চন কেলেংকাৰীৰ ওপৰত  উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল যদিও উক্ত গোচৰৰ ভিত্তিত ন্যায়ালয়ে উচ্চ স্তৰীয় নিৰপেক্ষীয় তদন্ত সমিতি গঠন কৰি দিছিল যদিও তদন্ত সমিতিৰ প্ৰতিবেদন দিয়াৰ পিছত উচ্চ ন্যায়ালয়ে গোচৰৰ ক্লীণশ্বীট দিয়ে ইয়াৰ পিছত উচ্চতম ন্যায়ালয়লৈ গোচৰটো নিয়া হৈছিল যদিও শীৰ্ষ ন্যায়ালয়েও পৰিষদক ক্লীণ শ্বীট দিছিল বুলিও কয় ৷ আনহাতে পৰিষদৰ বনবিভাগতো কাৰবি পৰিষদৰ অনুমতি নোলোৱাকৈ আৰু কোনোধৰণৰ বিজ্ঞাপন নিদিয়াকৈ ১৫০ টাকৈ অবৈধ নিযুক্তি দিয়াৰ ওপৰতো আলোচনা কৰি অবৈধ নিযুক্তি সমূহ বাতিল কৰি লগতে নতুনকৈ সাক্ষাৎকাৰ অনষ্ঠিত কৰি পুণৰ নিযুক্তি দিব বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় ৷

RELATED POSTS

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

WhatsApp Image 2019 11 05 at 8.44.28 PM e1572967479867 | ASSAM TIMES POST

আনহাতে গ্ৰেটাৰ ৱাটাৰ ছাপ্লাইৰ অভিযোগৰ খণ্ডন কৰি ইএম প্ৰদীপ ৰংপিয়ে কয়যে কেন্দ্ৰীয় চৰকাৰৰ এনএলচিপি আৰ আঁচনিৰ জৰিয়তে পৰিষদে ১০ কোটি টকা লাভ কৰিছে বাকী থকা ১৬ কোটি টকা পালেহে কামখিনি সম্পন্ন হৈ উঠিব৷ লগতে আজিৰ সদনে বেছিভাগ সময় ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত দীৰ্ঘ দিনীয়া ২৪৪(ক) ৰূপায়ণেৰে স্বায়ত্ত ৰাজ্যৰ প্ৰসংগ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্থাপন কৰাত বিষয়টোলৈ সদনত যৰৱ চৰ্চা হয় আৰু শীঘ্ৰে বিষয়টোকলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সমৰ্থন জনায় আৰু বিষয়টো ৰাজ্যপাললৈ প্ৰেৰণ কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে ৷ আনহাতে সাংসদ হৰেণছিং বে’ই অধিবেশনত অংশ গ্ৰহণ কৰি বিষয়টো জিলাখনৰ ৫ জনকৈ বিধায়কে বিধান সভাত উপস্থান কৰাৰ লগতে লোক সভাতো বিষয়টো সন্দৰ্ভত উপস্থাপন কৰা হব বুলি মন্তব্য কৰাৰ লগতে এই সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ সাংসদ সকলৰ সমৰ্থন বিচাৰিছে বুলি কয় ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
ADVERTISEMENT
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

May 8, 2026
50
আজিয়েই যৱনিকা পৰিব নেকি বিজেপি-জেডিইউৰ মধুচন্দ্রিকাৰ? বিহাৰৰ ৰাজনীতিত নতুন মোৰ
National-International

Nitish Kumar I বিহাৰৰ মন্ত্ৰী হ’ল নীতিশ পুত্ৰ নিশান্ত, বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰু ৩১ গৰাকীৰ শপত গ্ৰহণ

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx