ASSAM TIMES POST
গুৱাহাটীঃ পৱিত্ৰ ভাতৃ দ্বিতীয়া উপলক্ষে মঙলবাৰৰ দিনটোত ৰাজ্যৰ ৭ খন জিলাত স্থানীয় বন্ধৰ কথা সোমবাৰে ঘোষণা কৰিছে অসম চৰকাৰে। সেই অনুসৰি বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথ জিলাত মঙলবাৰৰ দিনটোত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব।













