
যোৰহাট মৰিয়নীত লোমহৰ্ষক হত্যাকাণ্ড।একেটা পৰিয়ালৰ তিনি গৰাকীৰ লোকক হত্যা দুৰ্বৃত্ত।নিশা সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো।উল্লেখ্য স্বামী-পত্নী আৰু কন্যাক হত্যা কৰে দুৰ্বৃত্তই।মৰিয়নী খাটিছোনৰ সোণটি বৰা, তেওঁ পত্নী-কন্যাক দুৰ্বৃত্তই দাৰে ঘঁপিয়াই হত্যা কৰে দুৰ্বৃত্তই।
গুৰুত্বপূৰ্ণ কথা যে ইটাভাটা শ্ৰমিক হিচাপে কৰ্মৰত আছিল পৰিয়ালটো।খবৰ মতে পৰিয়ালটোৱে ইটাভাটাটো ৰখীয়া হিচাপে আছিল।ইফালে কোনে কি কাৰণত হত্যা কৰিলে সেয়া বর্তমানো ৰহস্য আৱৰ্তত।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।













