ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও পৰিবহণ বিভাগৰ অভিলেখঃ প্ৰদূষণ প্ৰমাণ পত্ৰৰ লেট ফাইন শিতানত সংগ্ৰহ এক কোটি তিনি লাখ পয়সত্তৰ হাজাৰ টকা

ASSAM TIMES POST by ASSAM TIMES POST
October 24, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

নগাঁওঃ দেশত নতুন যান-বাহন আইন প্ৰৱৰ্তনৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ো তৎপৰ হৈ পৰিছে৷ বিশেষকৈ নতুন যান বাহন আইন কাৰ্যকৰী কৰাত জিলা পৰিবহণ বিভাগে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ সমান্তৰালকৈ আইনখন সম্পৰ্কে নগাঁৱৰ জনসাধাৰণৰ মাজতো বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে৷

নতুন আইন খন বলবৎ হোৱাৰ দিনাৰ পৰা আজি পৰ্যন্ত ‘প’লুচন লেট ফাইন’ শিতানত নগাঁৱৰ পৰিবহণ বিভাগত ১ কোটি ৩ লাখ ৭৫ হেজাৰ টকা ৰাজহ সংগ্ৰহ হয় ৷ উল্লেখ্য, যোৱা ৩ অক্টোবৰৰ পৰা প্ৰদূষণ প্ৰমাণ পত্ৰৰ ম্যাদ উকলি যোৱা বাহনৰ গৰিকীয়ে ৫০০ টকা জৰিমনা আদায় দি প্ৰদূষণ কেন্দ্ৰ সমূহৰ পৰা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তৎপৰতা প্রদর্শন কৰাত কেন্দ্ৰ সমূহত যথেষ্ঠ ভিৰ পৰিলক্ষিত হয়।

পুৱাৰ পৰা যান বাহনৰ গৰিকীয়ে প্ৰদূষণ কেন্দ্ৰ সমূহত শাৰী পাতি প্ৰমাণ পত্ৰ সংগ্ৰহত ব্যস্ত হৈ পৰিছে । আনহাতে সময়ত প্ৰদূষণ মুক্ত প্ৰমাণ পত্ৰ সংগ্ৰহ নকৰা বহু যান বাহনৰ গৰাকীয়ে আনকি জিলা পৰিবহণ বিষয়া আৰু যান বাহন শাখাৰ আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবে নিজৰ বাহন সমূহ ৰাজপথত চলাচলৰ কৰোৱাৰ পৰা বিৰত আছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

June 27, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx