ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লামডিঙত ৰে’ল বিভাগক ব্যক্তিগত খণ্ডলৈ নিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদঃ চক্ৰান্ত বন্ধ নকৰিলে ৰেল পথ অৱৰোধৰ লগতে জংগী আন্দোলন গঢ়ি তুলিব ৰে’লৱে মজদুৰ ইউনিয়নে

ASSAM TIMES POST by ASSAM TIMES POST
October 24, 2019
Reading Time: 1 min read
A A
0
লামডিঙত ৰে’ল বিভাগক ব্যক্তিগত খণ্ডলৈ নিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদঃ চক্ৰান্ত বন্ধ নকৰিলে ৰেল পথ অৱৰোধৰ লগতে জংগী আন্দোলন গঢ়ি তুলিব ৰে’লৱে মজদুৰ ইউনিয়নে

বিজেপি চৰকাৰৰ জন বিৰোধী নীতিক সমালোচনা মজদুৰ ইউনিয়নৰ নেতা ৰাখাল দাসগুপ্তৰ

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

logo atp | ASSAM TIMES POSTASSAM TIMES POST

নগাঁওঃ কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ভাৰতীয় ৰেল সেৱাক ব্যক্তিগত খণ্ডলৈ নিব বিচৰাৰ প্ৰতিবাদত লামডিঙত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ লামডিং মাণ্ডলিক কাৰ্যালয়ৰ মজদুৰ ইউনিয়নে।

লামডিং স্থিত মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি মজদুৰ ইউনিয়নৰ কৰ্মী সকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।মজদুৰ ইউনিয়নৰ নেতা সকলে অভিযোগ কৰা মতে চৰকাৰে ৫০টা ৰে’লৱে ষ্টেচন আৰু ১৫০খন ৰে’লক ব্যক্তিগত খণ্ডলৈ নিব বিচাৰি ইতিমধ্যেই নিৰ্দেশ জাৰি কৰিছে।যিটো কোনো পধ্যেই গ্ৰহন যোগ্য নহয়। চৰকাৰৰ এই নীতি মানি নলয় বুলি সকীয়াই দিয়ে মজদুৰ ইউনিয়নে। আনফালে প্ৰতিবাদ কাৰ্য্যসূচীত অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই অংশ গ্ৰহন কৰে।

সভাপতিগৰাকীয়ে কয় যে কেন্দ্ৰৰ মোদী চৰকাৰে দেশত অলিখিত জৰুৰীকালীন (Emergency) শাসন চলাইছে। চৰকাৰৰ নীতিৰ বিৰুদ্ধে মাত মাতিলে ষড়যন্ত্ৰ কৰি মুখ বন্ধ কৰাৰ চেষ্টা কৰে৷ মজদুৰ ইউনিয়নৰ নেতা দাসগুপ্তই কয়, যি সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈ পৰিছে তেনে সময়ত দেশৰ সম্পদ সমূহক চৰকাৰে ব্যক্তিগত কোম্পানীক বিক্ৰী কৰি লাভৱান হৈছে।

মজদুৰ ইউনিয়নৰ নেতাসকলে দাবী কৰে যে তেওঁলোকৰ এই প্ৰতিবাদৰ চিঞৰ সমগ্ৰ দেশে শুনিব। তেওঁলোকে চৰকাৰে অনতিপলমে যদি সম্পদ সমূহক বিক্ৰী কৰাৰ চক্ৰান্ত বন্ধ নকৰে তেনেহলে আগন্তুক দিনত ৰে’ল পথ অৱৰোধৰ লগতে জংগী আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে৷

উল্লেখ্য পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰে অসম তথা দেশৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহ ব্যক্তিগত খণ্ডলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে৷ অসমৰ তেল শোধানাগাৰো ব্যক্তিগত কোম্পানীসমূহৰ হাতত বিক্ৰী কৰিব বিচৰাৰ সময়তে পুনৰ ৰে’ল সেৱা ব্যক্তিগত খণ্ডলৈ নিব বিচৰা কাৰ্যই ৰে’ল বিভাগৰ কৰ্মচাৰী সকললৈ বিপদ কঢ়িয়াই আনিছে৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx