সোমবাৰে ৰাছিয়ান (Russian) স্বাধীন সংবাদপত্র ‘নোভায়া গেজেট’ৰ প্রধান সম্পাদক দিমিত্রি মুৰাতভে (Dmitry Muratov) ইউক্রেইন যুদ্ধত শৰণাৰ্থী হোৱা শিশু (Child)সকলৰ সহায়ৰ কাৰণে তেওঁ শান্তিৰ বাবে লাভ কৰা নোবেল পুৰস্কাৰ (Nobel Peace Prize)ৰ সোণৰ মেডেল নিলামত তোলে।
তেওঁৰ আশা, শিশুসকলৰ সহায়ৰ বাবে মেডেলটো নিলাম কৰিলে সর্বোচ্চ ১০ কোটি ৫০ লাখ ডলাৰ (১০৩.৫ মিলিয়ন ডলাৰ) লাভ কৰিব।
নিউয়র্কৰ হেৰিটেজ নিলামৰৰ এই নিলামে এইপর্যন্ত নাম প্রকাশ কৰা নাই। অজ্ঞাত পৰিচয়ৰ এজন লোকে ফোনযোগে মেডেলটি ক্ৰয় কৰে বুলি জানিব পৰা গৈছে।