ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু ন্যায়িক আদালতৰ ক্ষীপ্ৰ ৰায়দান : ধৰ্ষণকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
June 21, 2022
Reading Time: 1 min read
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

ভাৰতৰ ১০ ৰাজ্যত আক্ৰমণ চলাইছে কৰোনাৰ নতুন প্রজাতিয়ে!‌ দাবী ইজৰাইলৰ‌ বিজ্ঞানীৰ:

চলন্ত ৰে’লত জুই!বিহাৰৰ ভেলৱা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

আজি ডিফু (Diphu) ন্যায়িক আদালতে (judicial court) ধৰ্ষণকাৰীৰ বিৰুদ্ধে এক ৰায়দান কৰি ধৰ্ষণকাৰী (Rapist)ক দহ বছৰৰ সশ্ৰম কাৰাদণ্ড (10 years in prison) বিহে ৷ ডিফু ন্যায়িক আদালতৰ সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহ-উল হাছান আনছাৰীয়ে মঙলবাৰে ঘোষণা কৰে উক্ত ঐতিহাসিক ৰায়দান ৷

ডিফু আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ঘটনাৰ বিৱৰণী দি কয় যে, যোৱা ইংৰাজী ২০২১ চনৰ এপ্ৰিল মাহৰ ৩০ তাৰিখে বোকাজান থানা এলেকাৰ ২নং ডিলাউজানৰ বাসিন্দা চিআৰপি এফ ইলিয়া বান্দাই তেওঁৰ প্ৰতিবেশী ছোৱালী আৰু তাইৰ ভতিজাৰ লগতে নিজ শিশু কন্যাসহ গাড়ীৰে সৰুপথাৰত আত্মীয়ৰ ঘৰত আলহী খাবলৈ যায় ৷

ADVERTISEMENT

তাৰ পৰা সন্ধিয়া উভতি আহোঁতে ১নং ডিলাউজানত ৰাস্তাৰ কাষত গাড়ী ৰখাই চালকক মাংস আনিবলৈ পঠিয়াই দিয়ে আৰু গাড়ীত উচ্চ স্বৰত মিউজিক চিষ্টেম বজাই বাহিৰত মদ্যপান কৰিবলৈ ধৰে ৷ সেই সময়ত ভুক্তভোগী ছোৱালীজনীৰ ঘৰৰ পৰা ফোন অহাত তাই বাহিৰত ওলাই ঘৰত ফোন কৰিবলৈ ধৰে ৷ অভিযুক্ত ইলিয়া বান্দাই ভুক্তভোগীক ফোন কৰাত বাধা প্ৰদান কৰি বলপূৰ্বক ভুক্তভোগীক ধৰ্ষণ কৰে ৷

পিছত অভিযুক্তই ভুক্তভোগী ধৰ্ষিতাক ঘৰত আনি দিয়ে ৷ ভোক্তভোগীয়ে লাজ আৰু অপমানত পৰিয়ালৰ লোকক একো নোকোৱাকৈ থাকে আৰু দুদিনমান পিছত ফেনাইল পান কৰে ৷ ভুক্তভোগীক বোকাজান সমুহীয়া চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলাত ধৰ্ষিতাই ন্যায় বিচাৰে ৷ এইলৈ পৰিয়ালৰ লোকে বোকাজান থানাত এক এজাহাৰ দাখিল কৰে ৷

পিছলৈ উক্ত গোছৰ ডিফু সত্ৰ ন্যায়াধীশৰ আদালতলৈ বিচাৰ প্ৰক্ৰিয়াৰ বাবে হস্তান্তৰ হয় ৷ উক্ত গোছৰৰ এবছৰৰ পিছত অতি কম সময়ৰ ভিতৰত ডিফু ন্যায়িক আদালতৰ সহকাৰী সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে উক্ত গোছৰৰ ৰায়দান কৰি অভিযুক্ত ইলিয়া বান্দাক দহ বছৰক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে আৰু দহ হাজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত দুমাহৰ কাৰাবস খাটিব লাগিব বুলি অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে জানিবলৈ দিছে ৷

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: The rapist was sentenced to 10 years in prisonধৰ্ষণকাৰীক ১০ বছৰৰ কাৰাদণ্ড
Share8Tweet5Send

Related Posts

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

by ASSAM TIMES POST
July 6, 2022
56
ভাৰতৰ ১০ ৰাজ্যত আক্ৰমণ চলাইছে কৰোনাৰ নতুন প্রজাতিয়ে!‌ দাবী ইজৰাইলৰ‌ বিজ্ঞানীৰ:
National-International

ভাৰতৰ ১০ ৰাজ্যত আক্ৰমণ চলাইছে কৰোনাৰ নতুন প্রজাতিয়ে!‌ দাবী ইজৰাইলৰ‌ বিজ্ঞানীৰ:

by ASSAM TIMES POST
July 5, 2022
53
চলন্ত ৰে’লত জুই!বিহাৰৰ ভেলৱা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা
National-International

চলন্ত ৰে’লত জুই!বিহাৰৰ ভেলৱা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

by ASSAM TIMES POST
July 3, 2022
55
কটনৰ সাধাৰণ সম্পাদক বিজেপিত যোগদান
Guwahati

কটনৰ সাধাৰণ সম্পাদক বিজেপিত যোগদান

by News Desk
June 30, 2022
53
খটখটীত মহিলাৰ দেহত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ : দুই মহিলাসহ এজন পুৰুষ আটক
KARBI ANGLONG

খটখটীত মহিলাৰ দেহত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ : দুই মহিলাসহ এজন পুৰুষ আটক

by News Desk
June 29, 2022
63
অৱশেষত মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত শিন্দেসহ বিদ্রোহী শিৱসেনা বিধায়কৰ
National-International

অৱশেষত মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত শিন্দেসহ বিদ্রোহী শিৱসেনা বিধায়কৰ

by News Desk
June 28, 2022
54
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794702
Total views : 4876537
Who's Online : 13
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: