ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

বিজেপি লুণ্ঠনৰাজ; পুৱা মূল্যবৃদ্ধিয়ে গুড মৰ্ণিং জনাই জনতাক

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
May 4, 2022
Reading Time: 1 min read
A A
0
বিজেপি লুণ্ঠনৰাজ; পুৱা মূল্যবৃদ্ধিয়ে গুড মৰ্ণিং জনাই জনতাক

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি দায়িত্বভাৰ গ্ৰহণ কৰি ৰিপুন বৰাই বুধবাৰে সম্বোধন কৰে গুৱাহাটীত প্ৰথমখন সংবাদমেল। দীঘলীপুখুৰীস্থিত গৌৰী সদনত সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ মূল উদেশ্য ব্যাখ্যা কৰে। ‘মা, মাটি আৰু মানুহ’ এই বাণীৰেই অসমত আগবাঢ়িব তৃণমূল কংগ্ৰেছ।

আনহাতে সংবাদমেলত দেশত দেখাদিয়া অস্বাভাৱিক মূল্যবৃদ্ধি বিৰুদ্ধে সৰৱ হয় বৰা। বিজেপি দিনত প্ৰতিটো সামগ্ৰীতে ভয়ংকৰ ৰূপত মূল্যবৃদ্ধি। বিজেপিয়ে জনতাৰ ওপৰত লুন্ঠন ৰাজ চলাইছে। একোটা দৰিদ্ৰ পৰিয়ালত শাক-পাচলিতে এমাহত খৰচ হয় ৯ হাজাৰ টকা, বাকী সামগ্ৰী আছেই।

শেহতীয়াভাৱে যোৱা ১৭ মাহত ৰিজাৰ্ভ বেংকৰ তথ্য মতে দেশত খুচুৰা মূল্যবৃদ্ধি ৬.৯৫ শতাংশ হৈছে। যিয়েই নেকি ভাৰতবৰ্ষত অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতাৰ পিছত ভাৰতত এইটোৱে সৰ্বাধিক মূল্যবৃদ্ধি- বৰাই কয়।

“মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে চৰকাৰে কিন্তু মানুহৰ ক্ৰয় ক্ষমতাৰো বৃদ্ধিৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। ২০২১ৰ পৰা ২০২২ৰ ভিতৰত জনমূৰি আয় ভয়ংকৰভাৱে হ্ৰাস পাইছে। ন্যূনতম ৬০০০টকাকৈ উপাৰ্জন কমিছে দেশৰ প্ৰতিজন নাগৰিকৰ- বৰাই লগতে কয়।

ইয়াৰোপৰিও পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত বৰাই কয়-বিজেপি চৰকাৰৰ ৮বছৰত হ্ৰাস পোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য।যোৱা মাহত ১৮বাৰকৈ বৃদ্ধি হৈছে পেট্ৰ’ল ডিজেলৰ মূল্য।চৰকাৰে অত্যাধিক টেক্স লগোৱা বাবেহে বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ১৮.৮০টকা, ডিজলেত ১৮.৩৪ টকা আৱকাৰী কৰ লগাইছে চৰকাৰে।ইয়াৰ জৰিয়তে বিগত ৮বছৰত চৰকাৰে সংগ্ৰহ কৰিলে ২৭লাখ কোটি টকা।চলিত বছৰত চৰকাৰে পেট্ৰ’লৰ পৰা ২০হাজাৰ, ডিজেলৰ পৰা ৫২হাজাৰ কোটি টকা অতিৰিক্তভাৱে কৰ সংগ্ৰহ কৰিব বিচাৰিছে।

ইফালে ২০২২চনৰ বাজেটত জনতাৰ ওপৰত ১লাখ ২৫হাজাৰ কোটি টকা অতিৰিক্ত কৰৰ বোজা লগাই দিছে চৰকাৰে।

আনহাতে কৃষকৰ আন্দোলনৰ প্ৰতিশোধ হিচাপে ডি এ পি সাৰ প্ৰতিবেগত ১৫০টকা বৃদ্ধি কৰিলে চৰকাৰে। ইয়াৰ জৰিয়তে কৃষকৰ পৰা সংগ্ৰহ কৰিছে ৩৬কোটি টকা।দেশৰ ৬২কোটি কৃষক আছে।

একেদৰে ৰাষ্ট্ৰীয় ঘাইপথত টোল টেক্স অত্যাধিক হাৰত লৈ থকাতো সন্তুষ্ট হোৱা নাই চৰকাৰ।চলিত বর্ষত টেক্স পুনৰ ১৮শতাংশ বৃদ্ধি কৰিলে।জনতাক মাধমাৰ সোধাই ৮০০বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে। ১১ শতাংশকৈ দাম বৃদ্ধিৰে ১১হাজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ।
চৰকাৰৰ জনবিৰোধী সিদ্ধান্তক কটাক্ষ কৰি তেওঁ কয় “বিজেপিয়ে ভাৰতৰ জনতাক নিতৌ মূল্যবৃদ্ধিয়ে গুড মৰ্ণিং দিয়ে”।

Tags: price hickমূল্যবৃদ্ধিয়ে
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx