![]()
দিল্লীত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক।ন্যায় ব্যৱস্থাক অধিক তুৰাম্বানিত কৰা উদ্দেশ্যৰে আয়োজন কৰা হৈছে বৈঠক খন।দেশৰ প্ৰায়বিলাক ৰাজ্য মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে বৈঠকত।
তাপৰ্যপূৰ্ণ কথা আইন ব্যৱস্থাক গতিশীল কৰাত চৰকাৰ তথা প্ৰশাসনৰ মাজৰ সম্পৰ্ক পয্যালোচনা কৰা বাবেই আয়োজন কৰা হৈছে বৈঠকখন।













