ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কৰাচীত আক্ৰমণকাৰী ‘মানৱ বোমা’ আছিল প্রাণীবিদ্যাত স্নাতকোত্তৰ, শিক্ষকতাও কৰিছিল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 27, 2022
Reading Time: 1 min read
A A
0
কৰাচীত আক্ৰমণকাৰী ‘মানৱ বোমা’ আছিল প্রাণীবিদ্যাত স্নাতকোত্তৰ, শিক্ষকতাও কৰিছিল

logo new 2 1 1 4 1 3 4 4 | ASSAM TIMES POST

RELATED POSTS

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

মঙ্গলবাৰে দুপৰীয়া তীব্ৰ বিস্ফোৰণত কঁপি উঠিছিল কৰাচী বিশ্ববিদ্যালয় চৌহদ। আত্মঘাতী বোমা আক্ৰমণত এখন গাড়ীত থকা ৩ চীনা নাগৰিকসহ চাৰিজন নিহত হয়। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে বালুচিস্তান লিবাৰেচন আর্মীয়ে (বিএলএ)।

প্রাণীবিদ্যাত স্নাতকোত্তবিএলএই এক বিবৃতিত জনায়, আত্মঘাতী আক্ৰমণ চলোৱাৰ বাবে মানব বোমা হিচাবে কামত লগোৱা হৈছিল শাৰি বালোচ ওৰফে ব্রামশক। চিচি টিভি ফুটেজত দেখা গৈছে, বোৰ্খা পিন্ধি বিশ্ববিদ্যালয়ৰ গে’টৰ মুখত থিয় হৈ আছে এগৰাকী মহিলা।

Screenshot 2022 04 27 12 05 21 97 680d03679600f7af0b4c700c6b270fe7 | ASSAM TIMES POSTচীনা নাগৰিককেইজনক লৈ বগা এখন ভেন বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিবলৈ লোৱাৰ মুহূর্ততেই বিস্ফোৰণ ঘটে। ৩০ বছৰীয়া শাৰি দুই সন্তানৰ মাতৃ। আত্মঘাতী আক্ৰমণৰ ১০ ঘণ্টা পূৰ্বে নিজৰ টুইটাৰে একাউণ্টৰ পৰা লিখিছিল, ‘গুড বাই’।

বালুচিস্তানৰ তুৰবাতৰ নিয়াজাৰ আবাদৰ বাসিন্দা শাৰিয়ে প্রাণীবিদ্যাত স্নাতকোত্তৰ কৰিছে বালুচিস্তান বিশ্ববিদ্যালয়ৰ পৰা। এমফিল কৰিছে আলামা ইকবাল মুক্ত বিশ্ববিদ্যালয়ৰ পৰা।

Screenshot 2022 04 27 12 04 51 47 680d03679600f7af0b4c700c6b270fe7 | ASSAM TIMES POST২০১৪ চনত বিএড কৰে শাৰিয়ে। ২০১৮-ত এমএড। বালুচিস্তানৰ কেচ জিলাৰ এখন প্রাথমিক স্কুলত শিক্ষকতা কৰিছিল। শাৰিয়ে বিয়া কৰাইছিল এজন দন্ত চিকিৎসকক। তেওঁলোকৰ এটা পুত্ৰ আৰু এজনী কন্যা সন্তান। এজনৰ বয়স ৮, আনজনৰ ৫।

Tags: karachi university blastকৰাচীকৰাচী বিশ্ববিদ্যালয়
Share4Tweet3Send

Related Posts

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

by Staff Reporter
June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx