![]()
![]()
তাৰে মূল অভিযুক্ত জিয়াবুৰ ৰহমানক আটক কৰি সোধপোছৰ অন্তত: জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । আনহাতে অভিযুক্ত জিয়াবুৰ ৰহমানে নিজ ভিনিহিয়েকক চোকা অস্ত্রৰে আঘাট কৰি হত্যা কৰা কথা কৰিছে স্বীকাৰ। উক্ত ঘটনা সন্দৰ্ভত আন অভিযুক্ত দুজনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx