ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাদ্রাছাত পাঠদানৰ পূৰ্বে বাধ্যতামূলক ৰাষ্ট্ৰীয় সঙ্গীত, শাসনলৈ উভতিয়ে সিদ্ধান্ত উত্তৰ প্রদেশ চৰকাৰৰ

News Desk by News Desk
March 25, 2022
Reading Time: 1 min read
A A
0
মাদ্রাছাত পাঠদানৰ পূৰ্বে বাধ্যতামূলক ৰাষ্ট্ৰীয় সঙ্গীত, শাসনলৈ উভতিয়ে সিদ্ধান্ত উত্তৰ প্রদেশ চৰকাৰৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Congress MLA on rape । ধুনীয়া ছোৱালী দেখিলে ল’ৰাবোৰ বিচলিত হয়, সেইবাবেই ধৰ্ষণৰ সংখ্যা বেছি; কংগ্ৰেছ বিধায়কৰ ধৰ্ষণৰ নতুন ব্যাখ্যা

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

নিউজ ডেস্কঃ

ক্ষমতালৈ উভতিয়েই উত্তৰ প্রদেশৰ সকলো মাদ্রাছাত পাঠদানৰ পূৰ্বে ৰাষ্ট্ৰীয় সঙ্গীত বাধ্যতামূলক কৰাৰ নির্দেশ দিলে যোগী আদিত্যনাথৰ চৰকাৰে।

ৰাজ্যখনৰ মাদ্রাছা শিক্ষা বোর্ডৰ বৈঠকত প্রতিখন মাদ্রাসাৰ দৈনিক প্রার্থনাত শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে বাধ্যতামূলকভাবে ৰাষ্ট্ৰীয় সঙ্গীত গাব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে। আগন্তুক শিক্ষাবর্ষৰ পৰাই কার্যকৰী হ’ব এই সিদ্ধান্ত।

উল্লেখ্য, পূৰ্বতে নৰেন্দ্র মোদী চৰকাৰে দেশৰ সকলো প্রেক্ষাগৃহত চিনেমা-নাটক আৰম্ভণিৰ পূৰ্বে ‘জন গণ মন’ বাধ্যতামূলক কৰাৰ নির্দেশনা জাৰি কৰিছিল। দেশৰ সকলো শিক্ষা প্রতিষ্ঠানতে একেই নিয়ম কার্যকৰী কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল। কিন্তু দেশজুৰি বিতর্ক আৰু ২০১৮ৰ জানুৱাৰীত ছুপ্রিম কোর্টৰ ৰায়ৰ ফলত সেয়া প্রত্যাহাৰ কৰা হয়।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ
National-International

Congress MLA on rape । ধুনীয়া ছোৱালী দেখিলে ল’ৰাবোৰ বিচলিত হয়, সেইবাবেই ধৰ্ষণৰ সংখ্যা বেছি; কংগ্ৰেছ বিধায়কৰ ধৰ্ষণৰ নতুন ব্যাখ্যা

by Staff Reporter
January 17, 2026
50
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ
National-International

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

by Staff Reporter
January 17, 2026
50
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

by Staff Reporter
January 17, 2026
50
Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা
National-International

New Toll Payment : अप्रैल से नई टोल भुगतान व्यवस्था लागू होगी

by ASSAM TIMES POST
January 16, 2026
57
Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা
National-International

Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা

by News Desk
January 16, 2026
53
Martial law declared : দক্ষিণ কোৰিয়াত সামৰিক শাসন জাৰি কৰি পদচ্যুত ৰাষ্ট্ৰপতিক ৫ বছৰ কাৰাদণ্ড, হ’ব পাৰে মৃত্যুদণ্ড!
National-International

Martial law declared : দক্ষিণ কোৰিয়াত সামৰিক শাসন জাৰি কৰি পদচ্যুত ৰাষ্ট্ৰপতিক ৫ বছৰ কাৰাদণ্ড, হ’ব পাৰে মৃত্যুদণ্ড!

by News Desk
January 16, 2026
53
ADVERTISEMENT
Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ
National-International

Congress MLA on rape । ধুনীয়া ছোৱালী দেখিলে ল’ৰাবোৰ বিচলিত হয়, সেইবাবেই ধৰ্ষণৰ সংখ্যা বেছি; কংগ্ৰেছ বিধায়কৰ ধৰ্ষণৰ নতুন ব্যাখ্যা

January 17, 2026
50
Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval
Assam

Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval

January 17, 2026
50
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ
National-International

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

January 17, 2026
50
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

January 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

Congress MLA on rape । ধুনীয়া ছোৱালী দেখিলে ল’ৰাবোৰ বিচলিত হয়, সেইবাবেই ধৰ্ষণৰ সংখ্যা বেছি; কংগ্ৰেছ বিধায়কৰ ধৰ্ষণৰ নতুন ব্যাখ্যা

January 17, 2026
Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval

Bangladesh’s Struggle I No Consular Access to Assam Jails despite MEA Approval

January 17, 2026
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13899) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11322) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d