ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৪৩১৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৯১ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৭৯জন কামৰূপ মেট্ৰ’ৰ, ৫৪জন কামৰূপ গ্ৰাম্যৰ, ৩১জন হোজাই, ২৩জন যোৰহাটৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৭২ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৪ জন ব্যক্তিৰ৷ উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৯৬জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৭ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১৯৭৯জন ৰোগী।
Summary of 05/01/2022
Today’s Total 591
Overall Positivity Percentage (591 cases out of 34,314 test done = 1.72%)
Kamrup(M) 279
Death 4
Recovery Rate 98.47%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 5, 2022