ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বক্স অফিচত নতুন ৰেকর্ড ‘স্পাইডাৰ মেন’ৰ, ৭,৫০০ কোটিৰ ব্যৱসায়

News Desk by News Desk
December 27, 2021
Reading Time: 1 min read
A A
0
বক্স অফিচত নতুন ৰেকর্ড ‘স্পাইডাৰ মেন’ৰ, ৭,৫০০ কোটিৰ ব্যৱসায়

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

নিউজ ডেস্কঃ

অতিমাৰিৰ পৰিৱেশত দীর্ঘদিন বন্ধ আছিল চিনেমা হল। কিন্তু কোভিড গ্রাফে কিছু স্বস্তি দিয়াৰ পিছতেই এখনৰ পিছত আনখন ছবিয়ে মুক্তিলাভ কৰিছে। অতিমাৰিৰ দ্বিতীয় বর্ষ পাৰ কৰাৰ পূৰ্বেই নতুন ৰেকর্ড গঢ়িলে ‘স্পাইডাৰ মেন : ন’ ৱে হোম’-এ। এই পর্যন্ত বক্স অফিচ সংগ্ৰহৰ পৰা জানিব পৰা গৈছে যে অতিমাৰিৰ পৰিবেশতো সমগ্ৰ বিশ্বৰ ভিতৰত এইখনেই প্রথম ছবি যিয়ে ১ বিলিয়ন ডলাৰৰ সীমা পাৰ কৰিছে। ভাৰতীয় মূল্যত যাৰ পৰিমাণ ৭,৫০০ কোটি টকা।

অতিমাৰিৰ পূৰ্বে ২০১৯ চনত মুক্তিপ্রাপ্ত ‘ষ্টাৰ ৱাৰ্ছ: দ্য ৰাইচ অব স্কাইৱাকাৰ’-এ অন্তিমবাৰ এই ৰেকর্ড গঢ়িছিল। এক আন্তর্জাতিক বিনোদন সংস্থাৰ ৰিপোর্ট মতে, ১২ দিনৰ ভিতৰতেই এই ৰেকর্ডৰ মাইলৰ খুঁটি স্পৰ্শ কৰে স্পাইডাৰ মেনে। চীনৰ ‘দ্য বেটল এট লে’ক চেংজিন’ৰ বক্স অফিচ সংগ্ৰহ আছিল ৯০২ মিলিয়ন ডলাৰ। ২৫ সংখ্যক জেমছ বণ্ড ছবি ‘ন’ টাইম টু ডাই’-এ ৭৭৪ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছিল। দুয়োখন ছবিকেই পিছ পেলালে এই ছবিখনে।

হলিউডৰ এই ছবিখন কেৱল বিদেশতে নহয়, ভাৰততো কৰিছে ৰমৰমীয়া ব্যৱসায়। প্রথম দিনাই ভাৰতত বক্স অফিচ সংগ্ৰহ ৩২ কোটি ৬৭ লক্ষ টকা। অক্ষয় কুমাৰ-কেটৰিনা কাইফ অভিনীত সদ্য মুক্তিপ্রাপ্ত ছবি ‘সূর্যবংশী’কো তেৰ পেলাইছে এই ছবিখনে। উল্লেখ্য, ‘সূর্যবংশী’য়ে প্রথমদিনা বক্স অফিচত ব্যৱসায় কৰিছিল ২৬ কোটি ২৯ লক্ষ টকা।

Tags: Featured
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx