নিউজ ডেস্ক
বুধবাৰে শ্বিলঙত বৰষুণ সৈতে বিশাল শিলাবৃষ্টি হৈছে৷ পাহাৰৰ অঞ্চলসমূহ বগা হৈ গৈছে লগতে তাপমাত্রা পাৰা ৬ ডিগ্রি চেলছিয়ান হয়।
বৰফৰ চাদৰ সদৃশ হৈছে পথসমূহ। ফলত যানবাহনৰ কিছু সমস্যা হৈছিল।

© 2020 Assam Times Post. | Powered By Webx