ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কঙ্গনাৰ শুভবুদ্ধি কামনা কৰি এনএছইউআইৰ যজ্ঞ!

News Desk by News Desk
November 13, 2021
Reading Time: 1 min read
A A
0
বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০ চহৰৰ ভিতৰত ভাৰতৰ ৩খন!

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

নিউজ ডেস্কঃ

স্বাধীনতা সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি পুনৰ সংবাদৰ শিৰোনামত কঙ্গনা ৰানাৱাট। তেওঁৰ মন্তব্য সন্দৰ্ভ বিৰোধীতো বাদেই, বিৰক্ত বিজেপিৰ মন্ত্রীসকলো। এইবাৰ শুভবুদ্ধি উদয়ৰ বাবে শনিবাৰে যজ্ঞ অনুষ্ঠিত কৰে কংগ্রেছৰ ছাত্র সংগঠন নেচনেল ষ্টুডেন্টছ ইউনিয়ন অব ইণ্ডিয়া চমুকৈ এনএছইউআয়ে। দিল্লীৰ সদৰ কাৰ্যালয়ত ‘শুভবুদ্ধি যজ্ঞ’ কৰে ছাত্ৰ সংগঠনটোৱে।

উল্লেখ্য, এক টিভি অনুষ্ঠানত কঙ্গনাই কৈছিল, যি স্বাধীনতা ভিক্ষা কৰি সেয়া প্ৰকৃততে স্বাধীনতাই নহয়। ১৯৪৭ চনত যি স্বাধীনতা ভাৰতে লাভ কৰিছিল সেয়া ভিক্ষা কৰি পোৱা। দেশৰ প্ৰকৃত স্বাধীনতা আহিছে ২০১৪ চনত। উল্লেখ্য, কেন্দ্রত নৰেন্দ্র মোদীৰ নেতৃত্বত ক্ষমতালৈ আহাটোকেই স্বাধীনতাৰ উপাধি দিছে কঙ্গনাই। বিজেপি নেতা বৰুণ গান্ধীয়ে এই মন্তব্যৰ তীব্র বিৰোধিতা কৰি কয়, কঙ্গনাৰ এই চিন্তাধাৰা কেৱল পাগলামি নহয়, দেশদ্রোহিতা।

Tags: Featured
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx