ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৫-২৪ বছৰীয়া ভাৰতীয় যুৱক-যুৱতীসকল ভুগিছে হতাশাত ! ইউনিচেফৰ উদ্বেগজনক ৰিপোর্ট

News Desk by News Desk
October 6, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

বিশেষ প্ৰতিনিধিঃ

বিগত ডেৰ বছৰ ধৰি কৰোনা ভাইৰাছে যেনেদৰে তাণ্ডৱ চলাইছে তাৰ প্রভাৱ ব্যাপকভাবে পৰিছে। এই মাৰণ ভাইৰাছে শিশু আৰু তেওঁলোকৰ পৰিয়ালক মানসিক দিশৰ পৰা মাৰাত্মকভাবে ক্ৰিয়া কৰিছে। এনে পৰিস্থিতিত ভাৰতৰ যুৱ সমাজ অর্থাৎ ১৫-২৪ বছৰীয়া যুৱক-যুৱতীসকল মানসিকভাবে ব্যাপকভাবে আক্রান্ত হৈছে। এই ৰিপোর্ট প্ৰকাশ কৰিছে ইউনিচেফে(UNICEF)।

প্রতিবেদনখনত কোৱা হৈছে যে ভাৰতত ১৫-২৪ বছৰ বয়সৰ ভিতৰত প্রায় ১৪ শতাংশ বা ৭ জনৰ ভিতৰত ১ জন প্রায়েই হতাশাগ্রস্ত হৈ পৰিছে এনে পৰিস্থিতিত। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্যই মঙ্গলবাৰে ইউনিচেফৰ উক্ত প্রতিবেদনখন প্রকাশ কৰে। তেওঁ কয়, ‘আমাৰ সনাতন সংস্কৃতি আৰু আধ্যাত্মিকতাত মানসিক স্বাস্থ্য ব্যাপকভাবে আলোচিত হয়। মন আৰু শৰীৰৰ বিকাশ আমাৰ গ্রন্থবোৰত ব্যাখ্যা কৰা হৈছে। এটি সুস্থ মন এটি সুস্থ শৰীৰত বাস কৰে। আমি অত্যন্ত সুখী যে ইউনিচেফে শিশুসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত এক বৈশ্বিক প্রতিবেদন প্রকাশ কৰিছে।’

ইয়াৰ উপৰি শিশুসকলৰ মানসিক হতাশাৰ অন্যতম কাৰণ সন্দৰ্ভত তেওঁ কয়, ‘যিহেতু আমাৰ সমাজত যৌথ পৰিয়াল এতিয়া প্রায় কমি গৈছে। তাৰ পৰিৱর্তে পৃথকে পৃথকে থকা হয়। শিশুসকলে খেলাৰ বাবে বা কথা পতাৰ বাবে বেছি মানুহ নাপায়। বৰ্তমান পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক পর্যাপ্ত সময় দিব নোৱাৰে। সেয়ে শিশুসকলে হতাশাৰ কথাও তেনেদৰে ক’ব পৰা নাই। ফলত বৃদ্ধি পাইছে মানসিক হতাশা।’

ভাৰতত ১৫-২৪ বছৰ বয়সৰ ভিতৰত প্রায় ১৪ শতাংশ বা ৭ জনৰ ভিতৰত ১ জন প্রায়েই হতাশাগ্রস্ত হৈ পৰিছে

Tags: Featured
Share4Tweet3Send

Related Posts

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

by News Desk
April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

by News Desk
April 24, 2026
50
Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

by News Desk
April 23, 2026
50
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

Tamil Nadu Elections 2026 : বিয়া পাতিয়েই ভোট দিবলৈ দৌৰিল নৱদম্পতী

ADVERTISEMENT
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT