ASSAM TIMES POST
শিৱসাগৰ: শিৱসাগৰত ৰংপুৰ জলক্ৰীড়া সন্থাৰ অসম ভিত্তিত মুকলি সাঁতোৰ প্ৰতিযোগিতা।

জলক্ৰীড়া সন্থাৰ জয়সাগৰস্থিত চুইমিং পুলত অনুস্থিত এই সাতোঁৰ প্ৰতিযোগিতা।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮২ তম জন্ম দিন আৰু ৩৬ তম অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে ৰংপুৰ জলক্ৰীড়া সন্থাৰ এই প্ৰতিযোগিতা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১২০ গৰাকী প্ৰতিযোগীৰ অংশ গ্ৰহণ।













