নিউজ ডেস্কঃ
বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা হাতত শোচনীয় পৰাজয় বৰণৰ পাছত সোমবাৰে বিধায়ক আৱাস খালি কৰা দেখা গল বিধায়িকা আঙুৰলতা ডেকাক ।
দিছপুৰ বিধায়ক আৱাসৰ ৪৮নং কুটীৰ যোৱা পাঁচ বছৰে বিধায়িকা গৰাকীৰ ঠিকনা আছিলা।
দেওবাৰে ঘোষিত ফলাফলত বিধায়িক ডেকা বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী হাতত শোচনীয় ভাৱে পৰাস্ত হৈ দুখমনে এৰিব লগা হৈছে বিধায়ক আৱাস।