ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসন দখলৰ পৰিকল্পনা সাংসদ নৱ শৰণীয়াৰঃ অক্টোবৰত নতুন ৰাজনৈতিক দল

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2019
Reading Time: 1 min read
A A
0
বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসন দখলৰ পৰিকল্পনা সাংসদ নৱ শৰণীয়াৰঃ অক্টোবৰত নতুন ৰাজনৈতিক দল

RELATED POSTS

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

logo atp | ASSAM TIMES POSTASSAM TIMES POST

বিশেষ প্ৰতিবেদনঃ সকলো অবড়ো ভোটাৰক একগোট কৰাৰ লক্ষ্য লৈছে সাংসদ নৱ শৰণীয়াই৷ এই লক্ষ্যৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এইবাৰ বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত কমেও ৩৫খন আসন দখল কৰাৰ পৰিকল্পনা লৈছে৷ ইয়াকে লৈ সাংসদ নৱ শৰণীয়াই ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে৷

মন কৰিব লগীয়া যে অবড়ো ভোটাৰৰ সমৰ্থনত নৱ শৰণীয়া দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে৷ সাংসদজনে বিটিএডিত বঞ্চিত জনজাতি আৰু বড়ো লোকসকলক সংঘবদ্ধ কৰাৰ এক পৰিকল্পনা হাতত লৈছে৷ তাৰ যোগেদি বিপিএফৰ বিৰুদ্ধে যুঁজ কৰাৰ চিন্তাৰে আগন্তুক বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত অবতীৰ্ণ কৰাব প্ৰাৰ্থী৷

উল্লেখযোগ্য যে বড়ো উগ্ৰবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ বাবে বিটিএডিত জনজাতি আৰু বহু বড়ো লোক বঞ্চিত হৈ আছে৷ সাংসদ নৱ শৰণীয়াই উল্লেখ কৰা মতে জম্মু আৰু কাশ্মীৰৰ বিভাজনৰ পাছত বিটিএডিত বাঘে-চাগে একগোট হৈছে৷ মন কৰিব লগীয়া যে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিএডিক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছিল৷

WhatsApp Image 2019 04 10 at 6.19.09 PM | ASSAM TIMES POST

ইপিনে, বিটিএডিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে পৃথক বড়োলেণ্ড নালাগে বুলি কৈ আছে৷ স্মতৰ্ৱ্য যে যোৱা ৫ আগষ্টৰ সিদ্ধান্তৰ পাছত দিল্লীলৈ সকলো বিপিএফৰ বিধায়কক তলব কৰিছিল৷ তেতিয়া বিটিএডিক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ৰূপ দিবৰ বাবে এই বিধায়কসকলৰ যোগে হেঁচা দিবলৈ চেষ্টা কৰিছিল৷ বিপিএফ ক্ষমতাত থাকিলে অসমক বিভাজন কৰিবই৷

সেয়ে আসন্ন পৰিষদীয় নিৰ্বাচনত বিপিএফক ক্ষমতাৰ পৰা অপসাৰিত কৰিব বুলি সাংসদ নৱ শৰণীয়াই উল্লেখ কৰে৷ উল্লেখযোগ্য যে বিটিএডিত ৪০ খন পৰিষদীয় আসন আছে৷ তাৰে ভিতৰত ৩৫ খন আসন দখল কৰাৰ পৰিকল্পনা কৰিছে সাংসদজনে৷ এই লক্ষ্য আগত লৈ সাংসদজনে চলিত ছেপ্টেম্বৰ মাহত বিটিএডি সেনা গঠন কৰিব৷

এই বিটিএডি সেনা হ’ল সুৰক্ষা বাহিনী৷ ইয়াৰ পাছতে অহা অক্টোবৰ মাহত এটা ৰাজনৈতিক দল গঠন কৰিব৷ এই ৰাজনৈতিক দলটোত বিটিএডিৰ শোষিত, নিষ্পেষিত, নিৰ্যাতিত আৰু হত্যাৰ বলি হোৱা লোকসকলে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাব৷ ইতিমধ্যে বিটিএডিত সকলোবোৰ বড়ো দল-সংগঠন একত্ৰিত হৈছে বুলি প্ৰকাশ কৰিছে সাংসদ নৱ শৰণীয়াই৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
50
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

by News Desk
October 17, 2026
57
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

by News Desk
October 17, 2026
54
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
50
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
50
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d