ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পূৰ্বে নগাঁৱত বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰী পৰোৱানা জাৰি অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ : প্ৰতিক্ৰিয়া

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2019
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পূৰ্বে নগাঁৱত বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰী পৰোৱানা জাৰি অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ : প্ৰতিক্ৰিয়া

ASSAM TIMES POST

RELATED POSTS

Zubeen Garg death case I জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ বিশেষ ধাৰা প্ৰয়োগত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:

নগাঁও:৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসমবাসীয়ে লাভ কৰা অসম চুক্তিৰ ফচল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাথো দুটা দিন থকাৰ পূৰ্বে নগাঁৱত বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ল অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ অন্যতম মদন মল্লিক ওৰফে মদন সৰকাৰৰ পৰিয়াললৈ।

১৯৮৩চনত নগাঁৱৰ ডালিমবাৰিত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ মদন মল্লিকৰ পত্নী তথা তিনি গৰাকী পুত্ৰলৈ এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়। আৰ্থিক দীনতাত ভোগা পৰিয়ালটোৱে আজি জামিন বিচাৰি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় ৷

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমগ্ৰ প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিবলৈ এচাম দুষ্ট চক্ৰই অহৰহ ষড়যন্ত্ৰ কৰি আহিছে। এই দূৰ্ভগীয়া পৰিয়ালটোৰ বিৰুদ্ধেও অসমৰ বিভিন্ন ঠাইত ওজৰ-আপত্তি দাখিল কৰিছিল এচাম লোকে।

সেই বাতৰিও কিছূ দিন পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল। কিন্তু পুনৰ পৰিয়ালটোলৈ বিদেশীৰ সন্দেহত সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে ৷ আৰক্ষীৰ এই কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে ৷

অসম তথা অসমীয়াৰ বাবে সৰ্বস্ব হেৰুওৱা এই পৰিয়ালটিৰ কাষত বৰ্তমান থিয় দিবলৈ অসমৰ কোনো এটা জাতীয়তাবাদী দল-সংগঠনে প্ৰয়োজন বোধ কৰা নাই।

অসমীয়াৰ আশাৰ দলিল স্বৰূপ, শ্বহীদৰ কেঁচা তেজৰ ফচল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ আগমুহুৰ্তত শ্বহীদ পৰিয়ালক বিদেশী ঘোষিত কৰা কাৰ্যই এতিয়া সকলোকে লজ্জ্বিত কৰাৰ লগতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Share5Tweet3Send

Related Posts

Zubeen Garg । ১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা
Assam

Zubeen Garg death case I জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ বিশেষ ধাৰা প্ৰয়োগত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

by Staff Reporter
November 18, 2025
53
Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন
Assam

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

by Staff Reporter
November 18, 2025
52
বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:
Assam

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:

by Staff Reporter
November 16, 2025
60
Urgent Call to Action I  Assam Journalists Fight Misinformation and Defend Press Freedom
Assam

Urgent Call to Action I  Assam Journalists Fight Misinformation and Defend Press Freedom

by Staff Reporter
November 16, 2025
50
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

by Staff Reporter
November 15, 2025
53
Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান
Assam

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

by Staff Reporter
November 12, 2025
52
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d